ETV Bharat / bharat

তালিমালনাডু কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিল অভিযোগ! - নলিনী শ্ৰীহৰন

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত নলিনী শ্ৰীহৰনেৰ মাতৃয়ে স্বামী মৰুগনক বিগত তিনিমাহ ধৰি সাক্ষাৎ কৰিবলৈ নিদিয়া সন্দৰ্ভত তালিমালনাডু কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ পাচতে কাৰাগাৰ কৰ্তৃপক্ষক জাননী দিবলৈ নিৰ্দেশ দিয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ।

ৰাজীৱ গান্ধী
ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দোষীৰ মাতৃয়ে তালিমালনাডু কাৰাগাৰ কৰ্তৃপক্ষৰ অভিযোগ উত্থাপন
author img

By

Published : Jun 23, 2020, 11:06 AM IST

নিউজ ডেস্ক, ২৩ জুনঃ পূৰ্ব প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত তথা যাৱজ্জীৱন কাৰাবন্দী নলিনী শ্ৰীহৰনেৰ মাতৃয়ে তালিমালনাডু কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সোমবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাখিল কৰে আৱেদন । ৰাজীৱ গান্ধীৰ হত্যাকাৰী নলিনী শ্ৰীহৰনেক তেখেতৰ স্বামী মৰুগনৰ সৈতে বিগত তিনিমাহ ধৰি দেখা সাক্ষাৎ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিয়েই উচ্চ ন্যায়ালয়ত দাখিল কৰে আবেদন ।

আনহাতে,ঘটনা সন্দৰ্ভত ন্যায়ধীশ এমএম সুন্দৰেশে আৰু ডি কৃষ্ণকুমাৰৰ বিচাৰপীঠে জিলা কাৰাগাৰ কৰ্তৃপক্ষক এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

ৰাজীৱ গান্ধী
ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দোষীৰ মাতৃয়ে তালিমালনাডু কাৰাগাৰ কৰ্তৃপক্ষৰ অভিযোগ উত্থাপন

নলিনী শ্ৰীহৰনেৰ মাতৃয়ে আবেদনত উল্লেখ কৰে যে,কাৰাগাৰ নিয়ম অনুসৰি এটা পক্ষত এবাৰ সাক্ষাৎ কৰিব পাৰি যদিও তামিলনাডু কাৰাগাৰ কৰ্তৃপক্ষই বিগত তিনি মাহ ধৰি নলিনী শ্ৰীহৰনেক তেখেতৰ স্বামীৰ সৈতে দেখা সাক্ষাৎ হ'বলৈ নিদিয়াৰ বুলি অভিযোগ উত্থাপন কৰে । লগতে তামিলনাডু কাৰাগাৰ কৰ্তৃপক্ষৰ এই কাণ্ডৰ বিৰোধিতা জনাই নলিনী শ্ৰীহৰনেৰ স্বামী মৰুগনে বিগত ১ জুনৰ পৰা খাদ্য গ্ৰহণ নকৰে যাৰ বাবে মৰুগনৰ স্বাস্থ্যৰ অৱনতি ঘটে বুলিও উল্লেখ কৰে আবেদনত ।

উল্লেখ্য যে,১৯৯১ চনত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ কৰা সময়তে আত্মঘাটী বোমাৰ আক্ৰমণত নিহত হৈছিল ৰাজীৱ গান্ধীসহ আন পাঁচ গৰাকী ব্যক্তিৰ ।

আনহাতে,এই হত্যাকাণ্ডৰ বাবেই ভেল্লৰৰ কেন্দ্ৰীয় কাৰাগাৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাবাস খাটি আছে মুৰুগন আৰু মহিলা বিশেষ কাৰাগাৰত নলিনী শ্ৰীহৰনে কাৰাবন্দী হৈ আছে নলিনী শ্ৰীহৰনে।

লগতে চাওকঃ এচিড আক্ৰমণৰ ওপৰত আধাৰিত চনু নিগমৰ ছুটি ছবি "স্পটলেছ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.