ETV Bharat / bharat

ডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ - চি.জি.এছ.টি 19.962 কোটি টকা

2019 চনৰ ডিচেম্বৰ মাহত জি.এছ.টিৰ সৰ্বমুঠ 1,03,184 কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে ৷ ঘৰুৱা লেনদেনৰ পৰা 2019ৰ ডিচেম্বৰত জি.এছ.টিৰ ৰাজহ 2018ৰ ডিচেম্বৰৰ তুলনাত 16% বৃদ্ধি দেখা গৈছে ৷

GST Revenue collection stood at Rs 1,03,184 crore in December
ডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ
author img

By

Published : Jan 1, 2020, 10:50 PM IST

নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ 2019 চনৰ ডিচেম্বৰ মাহত জি.এছ.টিৰ সৰ্বমুঠ 1,03,184 কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে ৷ য’ত চি.জি.এছ.টি 19.962 কোটি টকা, এচ.জি.এছ.টি 26,792 কোটি টকা, আই.জি.এছ.টি 48,099 কোটি টকা আৰু উপকৰ 8,331 কোটি সংগ্ৰহ হৈছে ৷

আনহাতে 31 নৱেম্বৰলৈকে দাখিল কৰা জি.এছ.টি.আৰ 3বি ৰিটাৰ্ণৰ সৰ্বমুঠ 81.21 লাখ টকা সংগ্ৰহ হৈছে ৷ ঘৰুৱা লেনদেনৰ পৰা 2019ৰ ডিচেম্বৰত জি.এছ.টিৰ ৰাজহ 2018ৰ ডিচেম্বৰৰ তুলনাত 16% বৃদ্ধি দেখা গৈছে ৷

GST Revenue collection stood at Rs 1,03,184 crore in December
ডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ

আমদানিৰ পৰা সংগ্ৰহ কৰা আই.জি.এছ.টিৰ ৰাজহ সংগ্ৰহ 2019ৰ ডিচেম্বৰলৈকে 2018ৰ ডিচেম্বৰৰ তুলনাত 9% বৃদ্ধি হোৱা দেখা গৈছে৷

তাৰোপৰি চৰকাৰে চি.জি.এছ.টিক 21,814 কোটি টকা আৰু নিয়মীয়া বন্দোৱস্তৰ ৰূপত আই.জি.এছ.টিৰ পৰা এচ.জি.এছ.টিক 15,366 কোটি টকা প্ৰদান কৰা হৈছে ৷ ডিচেম্বৰ 2019ৰ নিয়মীয়া বন্দোৱস্ত সমাপ্ত কৰাৰ পিচত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা আৰ্জিত সৰ্বমুঠ ৰাজহ চি.জি.এছ.টিৰ বাবে 41,776 কোটি টকা আৰু এচ.জি.এছ.টি 42,158 কোটি টকা ৷

আৰু পঢ়কঃ ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে

Intro:Body:

The gross GST revenue collected in the month of December, 2019 is Rs 1,03,184 crore. The GST revenues during the month of December, 2019 from domestic transactions has shown an impressive growth of 16% over the revenue during the month of December, 2018.

New Delhi: The gross GST revenue collected in the month of December, 2019 is Rs 1,03,184 crore of which CGST is Rs 19,962 crore, SGST is Rs  26,792 crore, IGST is Rs 48,099 crore (including Rs 21,295 crore collected on imports) and Cess is Rs 8,331 crore (including Rs 847crore collected on imports).

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.