ETV Bharat / bharat

লোকপিয়ল আৰু NPR উন্নীতকৰণৰ প্ৰথম পৰ্যায়ৰ কাম স্থগিত - 2021 চনৰ লোকপিয়ল

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 2021 চনৰ লোকপিয়ল আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (NPR) উন্নীতকৰণ প্ৰক্ৰিয়া পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত স্থগিত ৷

কৰ'ণা ভাইৰাছ
লোকপিয়ল আৰু NPR উন্নীতকৰণ
author img

By

Published : Mar 25, 2020, 7:44 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ ভয়াবহতাৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সেই অনুসৰি, দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 2021 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (NPR) উন্নীতকৰণ প্ৰক্ৰিয়া পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত স্থগিত কৰা হৈছে ৷

উল্লেখ্য যে, অহা 1 এপ্ৰিলৰ পৰা দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে নিৰ্দিষ্ট তাৰিখ ইতিপূৰ্বে নিৰ্ধাৰণ কৰা হৈছিল ৷

আৰু পঢ়ক : চীনক অতিক্ৰমী স্পেইনত বৃদ্ধি পালে কৰ'ণাত মৃত্যুৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.