ETV Bharat / bharat

শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ আহ্বান ৰাজ্যপালৰ

author img

By

Published : Nov 11, 2019, 1:34 AM IST

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং ক’চেৰিয়ে দেওবাৰে শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যপালগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় সংখ্যাগৰিষ্ঠ দল শিৱ সেনাৰ নেতা একনাথ সিন্দেক দলৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই ৷

শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ ৰাজ্যপালৰ

নেশ্যনেল ডেস্ক, 10 নবেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং ক’চেৰিয়ে দেওবাৰে শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ জনায় ৷ ৰাজ্যপালগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় সংখ্যাগৰিষ্ঠ দল শিৱ সেনাৰ নেতা একনাথ সিন্দেক দলৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল 21 অক্টোবৰত আৰু ভোটগননা হৈছিল 24 অক্টোবৰত ৷ নিৰ্বাচনত 105 খন আসনৰে সৰ্ববৃহৎ দল হিচাপে পৰিগনিত হৈছিল বিজেপি আৰু শিৱ সেনায়ে 56 খন আসন লাভ কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগনিত হৈছিল ৷ 15 দিনৰ সময় উকলি যোৱাৰ পিছতো কোনো দল বা মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰিব পৰা নাই ৷ শনিবাৰে ৰাজ্যপালগৰাকীয়ে দেবেন্দ্ৰ ফাডনাভিজক তেওঁৰ দল চৰকাৰ গঠন কৰিবলৈ সামৰ্থ্য আৰু ইচ্ছুক নে এই প্ৰশ্ন উত্থাপন কৰিছিল ৷ ইয়াৰ পিছতেই বিজেপিয়ে দুখনকৈ সভা অনুষ্ঠিত কৰে যদিও কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে ৷ যাৰ ৰাৰে দেওবাৰে বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বুলি নিজ স্থিতি স্পষ্ট কৰে ৷

Intro:Body:

Raj Bhavan, Mumbai

Press Release

10 November 2019

*Governor asks Shiv Sena to indicate willingness and ability to form Government*

The Governor of Maharashtra Shri Bhagat Singh Koshyari today asked the leader of elected members of the second largest party, the Shiv Sena, Shri Eknath Shinde to indicate the willingness and ability of his party to form the government in Maharashtra.

            Elections to the Maharashtra Legislative Assembly were held on 21st October and the results were declared on 24th October. However, despite the passage of 15 days, no single party or alliance of parties has come forward to form the government.

            Yesterday, Shri Devendra Fadnavis was called upon to express his willingness and ability to form government. However, today, he has shown unwillingness.

            The Governor has, therefore, asked the leader of elected members of the second largest party, Shiv Sena, Shri Eknath Shinde, to convey its willingness and ability to form the government to him.

**

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.