ETV Bharat / bharat

দক্ষিণ আফ্ৰিকা আৰু পটুৰ্গালৰ মাজত নতুন 'সাগৰীয় কেবল' নিৰ্মাণৰ প্ৰস্তাৱ গুগলৰ - পটুৰ্গাল

দক্ষিণ আফ্ৰিকা আৰু পটুৰ্গালৰ মাজত 'সাগৰীয় কেবল' নিৰ্মাণ কৰিব গুগলে। ২০২১ চনত নিৰ্মাণ সম্পূৰ্ণ হ'ব লগা এই প্ৰকল্প নাইজেৰিয়ান লিখক অলোদাহ ইকোয়ানোৰ নামত নামকৰণ কৰা হ'ব। 'এলকেটল ছাবমেৰিণ নেটৰ্ৱকে' নিৰ্মাণ কৰিব লগা এই কেবল আগতকৈ ২০ গুণ অধিক ক্ষমতাসম্পন্ন হ'ব।

নতুন 'সাগৰীয় কেবল' নিৰ্মাণৰ প্ৰস্তাৱ গুগলৰ
author img

By

Published : Jul 1, 2019, 11:33 AM IST

নিউজ ডেক্স, জুলাই ১: গুগলে নিৰ্মাণ কৰিব এক নতুন প্ৰাইভেট সাগৰীয় কেবল প্ৰকল্প। দক্ষিণ আফ্ৰিকা আৰু পৰ্টুগালক এই সাগৰীয় কেবলৰ দ্বাৰা সংযোগ কৰাৰ লক্ষ্য গুগলৰ। টেক্ন'ক্ৰানছৰ প্ৰতিবেদন অনুসৰি প্ৰস্তাৱিত এই প্ৰকল্পৰ নাম হ'ল ইকোয়ানো আৰু ইয়াৰ নিৰ্মাণ কৰিব এলকেটল ছাবমেৰিণ নেটৰ্ৱকে।

নতুন 'সাগৰীয় কেবল' নিৰ্মাণৰ প্ৰস্তাৱ গুগলৰ

এই নতুন কেবল নেটৰ্ৱক অঞ্চলটোৰ বৰ্তমান কাৰ্যক্ষম কেবলতকৈ ২০ গুণ অধিক ক্ষমতাসম্পন্ন। এই প্ৰকল্পৰ প্ৰথম অংশ ২০২১ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। উল্লেখযোগ্য যে প্ৰখ্যাত নাইজেৰিয়ান লিখক তথা বৰ্ণবাদ বিৰোধী নেতা অলোদাহ ইকোয়ানোৰ নামত এই প্ৰকল্পৰ নামকৰণ কৰা হ'ব। ই বিশ্বৰ প্ৰথমটো সাগৰীয় কেবল প্ৰকল্প য'ত অপটিকেল চুইটছ আৰু ফাইবাৰ সংযোগৰ ব্যৱস্থা সংলগ্ন কৰা হৈছে।

New Delhi, July 01 (ANI): Google is reportedly building a new private subsea cable that will connect Portugal and South Africa. As TechCrunch reports, the new project, called Equiano, will be built by Alcatel Submarine networks and will be able to carry 20 times the capacity of the last cable built to serve in the region. The first phase is expected to be completed in 2021. Named after Nigerian writer and abolitionist Olaudah Equiano, the project is said to be the first subsea cable using optical switching at the fiber pair level, making it easier to allocate capacity as needed.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.