ETV Bharat / bharat

COVID-19 ৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে মন্ত্ৰী গোটৰ বৈঠক - কৰ'ণা ভাইৰাছ

ভাৰতত কৰ'ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি পুনৰীক্ষণৰ বাবে মন্ত্ৰীৰ গোটৰ বৈঠক ৷ এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন,বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ,জেনেৰেল বিপিন ৰাৱট আৰু অন্য়ান্য মন্ত্ৰীসকল ৷

কৰ'ণা ভাইৰাছ
COVID-19 ৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে মন্ত্ৰী গোটৰ বৈঠক
author img

By

Published : Apr 17, 2020, 5:25 PM IST

Updated : Apr 17, 2020, 8:19 PM IST

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : দেশত COVID-19 ৰ শেহতীয়া পৰিস্থিতি পুনৰীক্ষণৰ বাবে নিৰ্মান ভৱন,দিল্লীত মন্ত্ৰী গোটৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন,বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ, Chief of Defence Staff (CDS) জেনেৰেল বিপিন ৰাৱট আৰু অন্য়ান্য মন্ত্ৰীসকল ৷

উল্লেখ্য যে,বৰ্তমানলৈকে ভাৰতত 13,387 জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ আনহাতে,যোৱা 24 ঘন্টাত 23 জন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে ৷ উল্লেখ্য যে, শুকুৰবাৰৰ পুৱাভাগলৈকে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা 437 জন ৷

লগতে চাওকঃ কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

Last Updated : Apr 17, 2020, 8:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.