, মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি, ডিয়াগো মাৰাডোনা, ফুটবলৰ কিংবদন্তি, জীৱন্ত প্ৰতিমূৰ্তি, গোৱাৰ মুখ্যমন্ত্ৰী, বিশ্ব ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনা, ফুটবল অনুৰাগী, মাইকেল লৱ", "primaryImageOfPage": { "@id": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg" }, "inLanguage": "as", "publisher": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "contentUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg" } } }
, মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি, ডিয়াগো মাৰাডোনা, ফুটবলৰ কিংবদন্তি, জীৱন্ত প্ৰতিমূৰ্তি, গোৱাৰ মুখ্যমন্ত্ৰী, বিশ্ব ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনা, ফুটবল অনুৰাগী, মাইকেল লৱ", "articleSection": "bharat", "articleBody": "ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাৰ মৃত্যুৰ পাচতে গোৱাৰ এগৰাকী মন্ত্ৰী মাইকেল লৱই ঘোষণা কৰিছে যে, তেওঁ নিজা সামৰ্থৰে বিখ্যাৎ খেলুৱৈ গৰাকীৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ গোৱাৰ যিসকল যুৱ প্ৰজন্মই ফুটবল ভালপাই তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে মন্ত্ৰী গৰাকীয়ে ৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱান্তে ফুটবলৰ যাদুকৰ গৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে ৷নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : বিশ্ব ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাই বুধবাৰে 60 বছবয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ ফুটবলাৰ গৰাকীৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে প্ৰতিগৰাকী ফুটবল অনুৰাগীক ৷ গোৱাৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মাইকেল লৱই গোষণা কৰিছে যে, গোৱাৰ ফুটবল অনুৰাগী যুৱ প্ৰজন্মক উৎসাহিত কৰাৰৰ উদ্দেশ্যে তেওঁ নিজা সামৰ্থৰে ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ মন্ত্ৰীগৰাকীয়ে কয় যে গোৱা চৰকাৰৰ দ্বাৰা নহয়, গোৱাৰ যুৱ প্ৰজন্মক উৎসাহ যোগোৱাৰ উদ্দেশ্যে তেওঁ নিজাববীয়াকৈ ৰাজ্যখনৰ উত্তৰৰ জিলাৰ উপকূলীয় অঞ্চলত ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ তাৰোপৰি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তে বিশ্ব বিখ্যাৎ ফুটবলাৰ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ টুইটাৰ যোগে এক শোক বাৰ্তা প্ৰেৰণ কৰি চাৱন্তে কয় যে, ‘‘ফুটবল জগতলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৷ কিংবদন্তি ফুটবলাৰ ডিয়াগো মাৰাডোনা চিৰস্মৰণীয় হৈ থাকিব ৷ মাৰাডোনাই গোৱাৰ বহু ফুটবল অনুৰাগীক অনুপ্ৰাণিত কৰিছিল’’ ৷ With a heavy heart, I sympathize with the football community. Diego Maradona, the football icon will be remembered forever. #Maradona has inspired many football lovers of Goa and has encouraged football culture in the state. pic.twitter.com/wcLgzxTn6O— Dr. Pramod Sawant (@DrPramodPSawant) November 25, 2020 উল্লেখ্য যে, নৱেম্বৰ মাহৰ আৰম্ভনিৰ পৰাই মাৰাডোনা চিকিৎসাধীন হৈ আছিল ৷ কেইদিনমান পূৰ্বে তেওঁ 60 বছৰীয়া জন্মদিন পালন কৰিছিল ৷ সঘনাই ভাগৰুৱা অনুভৱ কৰাৰ বাবে খেলুৱৈ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ খেলুৱৈগৰাকীৰ মস্তিষ্কত ৰক্ত জমা হোৱা বুলি চিকিৎসকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ অৱশ্যে অপাৰেশ্যনৰ দ্বাৰা চিকিৎসকে সেই জটিলতা দূৰ কৰিছিল ৷ হৃৎযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কেলুৱৈ গৰাকীৰ মৃত্য়ু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে ৷ লগতে পঢ়ক : আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যু", "url": "https://www.etvbharat.comassamese/assam/bharat/bharat-news/goa-minister-says-he-will-install-maradonas-statue-to-inspire-youth/assam20201126075648316", "inLanguage": "as", "datePublished": "2020-11-26T07:56:49+05:30", "dateModified": "2020-11-26T07:56:49+05:30", "dateCreated": "2020-11-26T07:56:49+05:30", "thumbnailUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg", "mainEntityOfPage": { "@type": "WebPage", "@id": "https://www.etvbharat.comassamese/assam/bharat/bharat-news/goa-minister-says-he-will-install-maradonas-statue-to-inspire-youth/assam20201126075648316", "name": "গোৱাৰ এগৰাকী মন্ত্ৰীয়ে স্থাপন কৰিব মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি", "image": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg" }, "image": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg", "width": 1200, "height": 900 }, "author": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com/author/undefined" }, "publisher": { "@type": "Organization", "name": "ETV Bharat Assam", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/static/assets/images/etvlogo/assamese.png", "width": 82, "height": 60 } } }

ETV Bharat / bharat

গোৱাৰ এগৰাকী মন্ত্ৰীয়ে স্থাপন কৰিব মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি

author img

By

Published : Nov 26, 2020, 7:56 AM IST

ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাৰ মৃত্যুৰ পাচতে গোৱাৰ এগৰাকী মন্ত্ৰী মাইকেল লৱই ঘোষণা কৰিছে যে, তেওঁ নিজা সামৰ্থৰে বিখ্যাৎ খেলুৱৈ গৰাকীৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ গোৱাৰ যিসকল যুৱ প্ৰজন্মই ফুটবল ভালপাই তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে মন্ত্ৰী গৰাকীয়ে ৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱান্তে ফুটবলৰ যাদুকৰ গৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে ৷

Goa minister says he will install Maradona's statue to inspire youth
Goa minister says he will install Maradona's statue to inspire youth

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : বিশ্ব ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাই বুধবাৰে 60 বছবয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ ফুটবলাৰ গৰাকীৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে প্ৰতিগৰাকী ফুটবল অনুৰাগীক ৷ গোৱাৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মাইকেল লৱই গোষণা কৰিছে যে, গোৱাৰ ফুটবল অনুৰাগী যুৱ প্ৰজন্মক উৎসাহিত কৰাৰৰ উদ্দেশ্যে তেওঁ নিজা সামৰ্থৰে ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷

মন্ত্ৰীগৰাকীয়ে কয় যে গোৱা চৰকাৰৰ দ্বাৰা নহয়, গোৱাৰ যুৱ প্ৰজন্মক উৎসাহ যোগোৱাৰ উদ্দেশ্যে তেওঁ নিজাববীয়াকৈ ৰাজ্যখনৰ উত্তৰৰ জিলাৰ উপকূলীয় অঞ্চলত ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ তাৰোপৰি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তে বিশ্ব বিখ্যাৎ ফুটবলাৰ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ টুইটাৰ যোগে এক শোক বাৰ্তা প্ৰেৰণ কৰি চাৱন্তে কয় যে, ‘‘ফুটবল জগতলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৷ কিংবদন্তি ফুটবলাৰ ডিয়াগো মাৰাডোনা চিৰস্মৰণীয় হৈ থাকিব ৷ মাৰাডোনাই গোৱাৰ বহু ফুটবল অনুৰাগীক অনুপ্ৰাণিত কৰিছিল’’ ৷

  • With a heavy heart, I sympathize with the football community. Diego Maradona, the football icon will be remembered forever. #Maradona has inspired many football lovers of Goa and has encouraged football culture in the state. pic.twitter.com/wcLgzxTn6O

    — Dr. Pramod Sawant (@DrPramodPSawant) November 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, নৱেম্বৰ মাহৰ আৰম্ভনিৰ পৰাই মাৰাডোনা চিকিৎসাধীন হৈ আছিল ৷ কেইদিনমান পূৰ্বে তেওঁ 60 বছৰীয়া জন্মদিন পালন কৰিছিল ৷ সঘনাই ভাগৰুৱা অনুভৱ কৰাৰ বাবে খেলুৱৈ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ খেলুৱৈগৰাকীৰ মস্তিষ্কত ৰক্ত জমা হোৱা বুলি চিকিৎসকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ অৱশ্যে অপাৰেশ্যনৰ দ্বাৰা চিকিৎসকে সেই জটিলতা দূৰ কৰিছিল ৷ হৃৎযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কেলুৱৈ গৰাকীৰ মৃত্য়ু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.