ETV Bharat / bharat

বিশ্বজুৰি ক'ভিড-19ত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া পৰিসংখ্যা - কৰ'ণা ভাইৰাছৰ আতংক

বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ বৰ্তমানলৈকে ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 60 লাখৰ কাষ চাপিছে ৷ আমেৰিকাত কৰ'ণা আক্ৰান্তৰ নতুন জোৱাৰৰ সৃষ্টিয়ে দেশখনৰ সংক্ৰমণ ৰোধৰ প্ৰচেষ্টাক ব্যথিত কৰিছে ৷ ইটালী আৰু স্পেইন কৰ'ণাৰ বাবে প্ৰায় বিধ্বস্ত হৈ পৰিছে ৷ বিশ্বৰ প্ৰায় দুই পঞ্চমাংশ লোক কৰ'ণাৰ বাবে গৃহবন্দী হৈ থাকিব লগীয়া হৈছে ৷

Global COVID-19 tracker
Global COVID-19 tracker
author img

By

Published : Apr 4, 2020, 11:19 AM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টিকাৰী কৰ'ণা ভাইৰাছ অথবা ক'ভিড-19 ৰ দ্বাৰা আক্ৰান্ত হৈছে প্ৰায় 10,98,762 গৰাকীতকৈও অধিক লোক ৷ ইয়াৰে মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা 59,172 গৰাকী ৷ আনহাতে, প্ৰায় 2,28,923 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ক'ভিড-19ৰ পৰা ৷ চীনত আৰোগ্য লাভ কৰা লোক সংখ্যা সৰ্বাধিক ৷

Global COVID-19 tracker
বিশ্বজুৰি ক'ভিড-19ত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া পৰিসংখ্যা

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সমূহত প্ৰায় সাধাৰণ আৰু মজলীয়া ধৰণৰ অনুৰূপ লক্ষণ দেখা পোৱা যায় ৷ অৱশ্যে বৃদ্ধ আৰু ৰোগগ্ৰস্ত লোক এই ৰোগত অধিক আক্ৰান্ত হয় আৰু মৃত্যুৰ সম্ভাৱনাও অধিক ৷

লগতে পঢ়ক : এপ্ৰিলৰ শেষলৈ ভাৰতত অত্যাধিক বৃদ্ধি পাব পাৰে কোভিড-19 আক্ৰান্তৰ সংখ্যা

শনিবাৰে চীনত চিনাক্ত হৈছে নতুনকৈ আক্ৰান্ত হোৱা এগৰাকী কৰ'ণা ৰোগী ৷ কৰ'ণাৰ অভিকেন্দ্ৰ ৱুহানত বিদেশৰ পৰা অহা 18 গৰাকী লোকসহ নতুনকৈ 4 জনৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : চিকিৎসকলৈ শিল দলিয়ালে মই বহু কষ্ট পাওঁ : হিমা দাস

প্ৰায় তিনি সহস্ৰাধিক স্বাস্থ্য কৰ্মীয়ে ক'ভিড-19ৰ সৈতে যুঁজ দিছিল আৰু 14 গৰাকীৰ মৃত্যু হৈছে ৷ সেইসকলৰ ভিতৰত আছে চিকিৎসক লী ৱেনলিয়াং , যাক কৰ'ণা প্ৰাদুৰ্ভাৱৰ তথ্য প্ৰকাশৰ বাবে শাস্তিৰ ভয় দেখুওৱা হৈছিল ৷ কিন্তু ৰাষ্ট্ৰীয় শ্বহীদৰ তালিকাত তেওঁৰ নাম সন্নিৱিষ্ট কৰা হৈছে ৷

লগতে পঢ়ক : কৰ‘ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে সশস্ত্ৰ বাহিনীয়ে সাজু কৰিছে 51খন চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.