ETV Bharat / bharat

ভাৰতত ৰেলৱে ষ্টেচন নিৰ্মাণ কৰিব ফান্সে ! - সুৰেশ আংগাদি

এই চুক্তি অনুযায়ী ফৰাচী উন্নয়ন সংস্থা 'এএফডিয়ে' , 'ফৰাচী নেচনেল ৰেলৱে-হাব' আৰু 'কনেক্সনচ'ৰ মাধ্যমেৰে ,আভ্যন্তৰীণভাৱে ভাৰতীয় ৰেলৱে ষ্টেটন ডেভেলপমেন্ট প্ৰগামক সমৰ্থন কৰাৰ বাবে IRSDCক .প্ৰযুক্তিগত অংশীদাৰ হিচাপে 7,00,000 ইউৰো প্ৰদান কৰে ৷

'ভাৰতীয়ে ৰেল ষ্টেচন' উন্নতকৰণৰ বাবে ফৰাচি ৰেলৱেজৰ সহায়-সহযোগীতা
author img

By

Published : Jun 12, 2019, 11:31 AM IST

Updated : Jun 12, 2019, 11:47 AM IST

নিউজ ডেস্ক , 12 জুন : ভাৰত আৰু ফ্ৰান্সে সোমবাৰে এক চুক্তি স্বাক্ষৰ কৰে , য'ত 'ফৰাচী ৰেলৱেজে'-'ভাৰতীয়ে ৰেল ষ্টেচন' সমূহ উন্নত কৰাত সহায় আগবঢ়াব ৷ মঙলবাৰে 'ভাৰতীয় ৰেলৱে ষ্টেচন ডেভেলপমেন্ট কৰ্পৰেচনে' ফ্ৰান্সৰ লগতে এক ত্ৰিপক্ষীয় চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে ৷

এই চুক্তি অনুযায়ী ফৰাচী উন্নয়ন সংস্থা 'এএফডিয়ে' , 'ফৰাচী নেচনেল ৰেলৱে-হাবচ' আৰু 'কনেক্সনচ'ৰ মাধ্যমেৰে , ভাৰতীয় ৰেলৱে ষ্টেচন ডেভেলপমেন্ট প্ৰগামক সমৰ্থন কৰাৰ বাবে IRSDCক প্ৰযুক্তিগত অংশীদাৰ হিচাপে 7,00,000 ইউৰো প্ৰদান কৰে ৷ এই ধন ৰাশি ভাৰতীয় ৰেলৱে তথা IRSDCৰ ওপৰত কোনো আৰ্থিক দায়িত্ব নাথাকে বুলিও চুক্তি খনত উল্লেখিত আছে ৷ ৰেল ৰাজ্য মন্ত্ৰী সুৰেশ আংগাদি আৰু ফ্ৰান্স আৰু ইউৰোপৰ বিদেশী পৰিক্ৰমাৰ ৰাজ্য মন্ত্ৰী জিন বেপটিস্ট লেময়ন চুক্তি স্বাক্ষৰ কৰা সময়ত উপস্থিত আছিল ৷ মন্ত্ৰী অংগাদীয়ে জনোৱা অনুসৰি , দুয়োখন দেশৰ ৰেলৱে ক্ষেত্ৰৰ মাজত শক্তিশালী আৰু দীৰ্ঘস্থায়ী সম্বন্ধ আছে ৷ ইয়াৰোপৰিও তেওঁ , দিল্লী-চত্তিছগড় চেক্টৰত গতিবিধি অধ্যয়ন আৰু লুধিয়ানা আৰু অম্বালা ষ্টেচনৰ উন্নয়নৰ বাবে ভাৰতীয় ৰেলৱেৰ লগত ফৰাচী ৰেলৱেৰ সহযোগীতাৰ বিষয়টো দাঙি ধৰে ৷

Intro:Body:

New Delhi: India and France have signed an agreement under which the French Railways will help develop Indian railway stations.

The Indian Railway Station Development Corp (IRSDC) entered into a tripartite agreement with French Railways on Monday, it was announced on Tuesday. 

Under this pact, French development agency AFD will provide in-kind grant of up to 7,00,000 euros through French National Railways-Hubs and Connexions as a technical partner to IRSDC to support the railway station development programme in India, a press statement said. 

"This will impose no financial liability on IRSDC or Indian Railways," it said. 

Minister of State of Railways Suresh Angadi and French Minister of State for Europe and Foreign Affairs Jean Baptiste Lemoyne were present when the agreement was signed. 

Angadi said both countries have a strong and long-standing partnership in the railway sector and highlighted the French Railways' association with Indian Railways in conducting speed upgrade study on the Delhi-Chandigarh sector and development of Ludhiana and Ambala stations.

"I am sure this effort will go a long way in further strengthening Indo-French cooperation and help Indian Railways in positioning its stations to world class standards," Angadi said. 

Conclusion:
Last Updated : Jun 12, 2019, 11:47 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.