ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ চন্দীপুৰত বন বিভাগে উদ্ধাৰ কৰিলে ভালুক - মহাৰাষ্ট্ৰ চন্দীপুৰ

চন্দীপুৰৰ আৱাসিক অঞ্চললৈ ওলাই আহিছিল ভালুকটো

প্ৰতিনিধিত্বমূলক ছবি
author img

By

Published : Mar 16, 2019, 11:36 PM IST

নিউজ ডেস্ক, ১৬ মাৰ্চঃ মহাৰাষ্ট্ৰৰ চন্দীপুৰত ত্ৰাসৰ সৃষ্টি কৰা এটি ভালুক অৱশেষত সুস্থৰূপত উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় বন বিভাগে ৷ শনিবাৰে ওচৰৰ বনাঞ্চলৰ পৰা আৱাসিক অঞ্চললৈ ওলাই আহিছিল ভালুকটো ৷

ভালুকটোৱে চন্দীপুৰৰ এটি ঘৰত আশ্ৰয় লোৱাৰ পিচতেই স্থানীয় লোকসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷ অৱশেষত বন বিভাগৰ লোকে আহি ভালুকটো সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ জিলা বনাঞ্চলিক বিষয়া অশোক সোনকুশাৰে সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ ভালুকটোৰ সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ অন্তত স্থানীয় বনাঞ্চলত এৰি দিয়ে বন বিভাগৰ লোকে৷

Bear Rescue.jfifForest Dept Rescue Bear from Chandrapur in Maharastra

Forest Depertment, Bear Rescue, Maharastra, Chandrapur, মহাৰাষ্ট্ৰ চন্দীপুৰ, বন বিভাগ, ভালুক উদ্ধাৰ 

মহাৰাষ্ট্ৰৰ চন্দীপুৰত বন বিভাগে উদ্ধাৰ কৰিলে ভালুক 

চন্দীপুৰৰ আৱাসিক অঞ্চললৈ ওলাই আহিছিল ভালুকটো  

নিউজ ডেস্ক, 16 মাৰ্চঃ  মহাৰাষ্ট্ৰৰ চন্দীপুৰত ত্ৰাসৰ সৃষ্টি কৰা এটি ভালুক অৱশেষত সুস্থৰূপত উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় বন বিভাগে ৷ শনিবাৰে ওচৰৰ বনাঞ্চলৰ পৰা আৱাসিক অঞ্চললৈ ওলাই আহিছিল ভালুকটো ৷ 

ভালুকটোৱে চন্দীপুৰৰ এটি ঘৰত আশ্ৰয় লোৱাৰ পিচতেই স্থানীয় লোকসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷ অৱশেষত বন বিভাগৰ লোকে আহি ভালুকটো সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় ৷ 

বন বিভাগৰ জিলা বনাঞ্চলিক বিষয়া অশোক সোনকুশাৰে সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ ভালুকটোৰ সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ অন্তত স্থানীয় বনাঞ্চলত এৰি দিয়ে বন বিভাগৰ লোকে৷ 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.