ETV Bharat / bharat

৩.৮%  বিত্তীয় ঘাটি: অৰ্থনৈতিক প্ৰতিকূল পৰিস্থিতিৰৰ পৰা হাত সাৰিবলৈ সুৰক্ষাৰ ধাৰা (escape clause) ৰ সম্পূৰ্ণ ব্যৱহাৰ

author img

By

Published : Feb 3, 2020, 2:05 PM IST

ই নিৰ্মলা সীতাৰমনক বাজেট ঘাটিৰ লক্ষ্যৰ ক্ষেত্ৰত ল'ব পৰা বিচ্যুতিৰ পৰিমানক  সুৰক্ষাৰ ধাৰা (escape clause ) প্ৰয়োগৰ দ্বাৰা সৰ্বোচ্চ ৫০ সূচাংকলৈ লোৱাত সহায় কৰিছে।  মনকৰিবলগীয়া যে অৰ্থনীতি ইমানেই দুৰ্বল অৱস্থাত আছে যাৰ ফলত তেওঁ একেধাৰে বিত্তীয় বৰ্ষ 2019-20 আৰু 2020-21 বাবে এই পাৰ্থক্য ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Fiscal Deficit at 3.8%
৩.৮%  বিত্তীয় ঘাটি

বাজেট ২০২০-২১: সকলোৱে ভৱাৰ দৰেই বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বিত্তীয় ঘাটিৰ লক্ষ্যত ৰেহাই প্ৰদান কৰি ৫০ প্ৰাথমিক সূচাংকত ইয়াক স্থিৰ কৰে, যাৰ পৰিমাণ বৰ্তমান অৰ্থনৈতিক বর্ষত মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৩.৩% ৰ পৰা ৩.৮% হ'ব বুলি কব পৰা যায় । যোৱা বৰ্ষৰ জুলাই মাহত তেওঁ প্ৰদান কৰা প্ৰথমটো বাজেট ভাষণত তেওঁ কেন্দ্ৰীয় চৰকাৰে ৭.০৩ লাখ কোটি টকাৰ ঋণ গ্ৰহণৰ প্ৰয়োজন বুলি বক্তব্য আগবঢ়াইছিল । উল্লেখযোগ্য যে, এই পৰিমাণ এতিয়ালৈকে গ্ৰহণ কৰা ঋণৰ ক্ষেত্ৰত সৰ্বাধিক ৰূপে পৰিগণিত হৈছিল। কিন্তু পৰিৱৰ্তিত পৰিকল্পনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই বছৰ নিৰ্ধাৰিত বাজেট পৰিকল্পনাতকৈ ৬৩,০০০ কোটি টকা অধিক গ্ৰহণ কৰা দেখা যায়।

সীতাৰমনে তেখেতৰ বাজেট ভাষণত কয় যে "FRBM আইনৰ ধাৰা ৪(২) য়ে অৰ্থনীতিৰ গাথঁনিগত সংস্কাৰৰ বাবে পৰিকল্পিত বিত্তীয় ঘাটিৰ পৰা হোৱা বিচ্যুতি আৰু অপ্ৰত্যাশিত বিত্তীয় সংকটৰ প্ৰেক্ষাপটত ৰেহাই প্ৰদান কৰিছে । তেখেতে ২০১৭ বর্ষৰ এন কে সিঙ কমিটিৰ প্ৰতিবেদনৰ আইনী দফা সমূহৰ উদ্ধৃতি প্ৰদান কৰি সুৰক্ষাৰ ধাৰা (escape clause) ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বাখ্যা আগবঢ়াই।

অৱশ্যেই এইটো সকলোতে আশা কৰা হৈছিল যে চৰকাৰে বিত্তীয় একীভূতকৰণ ৰ পথত অগ্ৰসৰ নহ'ব, কিন্তু বাজেট খনে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ ক্ষেত্ৰত অৰ্থনৈতিক ব্যৰ্থতাক স্পষ্ট ৰূপে পৰিস্ফুট কৰিলে । কেন্দ্ৰীয় চৰকাৰৰ সংগৃহীত মুঠ কৰৰ পৰিমান আছিল ১.৪৬ কোটি টকা যাৰ পৰামান ইয়াৰ সাত মাহ আগেয়ে প্ৰদান কৰা বাজেট পৰিকল্পনাতকৈ কম ।

ই নিৰ্মলা সীতাৰমনক বাজেট ঘাটিৰ লক্ষ্যৰ ক্ষেত্ৰত ল'ব পৰা বিচ্যুতিৰ পৰিমানক সুৰক্ষাৰ ধাৰা (escape clause ) প্ৰয়োগৰ দ্বাৰা সৰ্বোচ্চ ৫০ সূচাংকলৈ লোৱাত সহায় কৰিছে। মনকৰিবলগীয়া যে অৰ্থনীতি ইমানেই দুৰ্বল অৱস্থাত আছে যাৰ ফলত তেওঁ একেধাৰে বিত্তীয় বৰ্ষ 2019-20 আৰু 2020-21 বাবে এই পাৰ্থক্য ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

"সেয়েহে মই এফ.আৰ.বি.এম( FRBM) আইনৰ ধাৰা 4(3)ৰ পৰা 0.5 %ৰ নিৰ্দিষ্ট পাৰ্থক্য বাজেটৰ হিচাপ আৰু পুনঃ নিৰ্ধাৰিত হিচাপত নিৰ্ণয় কৰি লৈছো" বিত্ত মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰিছে যি সংকুচিত ৰাজহ সংগ্ৰহ আৰু অৰ্থনৈতিক মন্দাবস্থাৰ দৰে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি আছে আৰু যাৰ ফলত বৰ্তমান দেশৰ অৰ্থনীতিক কাম্য পথলৈ ঘূৰাই অনাটো তেওঁৰ বাবে অধিক জটিল হৈ পৰিছে।

বিত্তীয় ঘাটি কি ?

বিত্তীয় ঘাটি কেন্দ্ৰীয় বাজেটত অতি গুৰুত্বসহকাৰে লক্ষ্য কৰা এটা সংখ্যা কিয়নো ই কেন্দ্ৰীয় চৰকাৰৰ এটা বিত্তীয় বৰ্ষৰ সৰ্বমুঠ ঋণৰ প্ৰয়োজনীয়তাক সূচায়। 2019- 20 বৰ্ষত চৰকাৰে 7.67 লাখ টকা ঋণ হিচাপে ল'ব যিনেকি বাজেটৰ সৰ্বমুঠ খৰছৰ 28% তকৈও অধিক, যি খৰছ পুনঃ নিৰ্ধাৰিত হিচাপত 26.99 লাখ হিচাপে নিৰ্ধাৰিত হৈছে । উচ্চ বিত্তীয় ঘাটি মানে হ'ল যে চৰকাৰে তেওঁলোকৰ কৰ আৰু কৰ -বিহীন আয় সংগ্ৰহৰ তুলনাত বেছি খৰছ কৰে যি চৰকাৰৰ ঋণৰ বোজা বহাই সাৰ্বভৌম ক্ষমতাক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে।

এফ আৰ বি এম আইনৰ অধীনত বিত্তীয় ঘাটিৰ অনুমোদনৰ পাৰ্থক্য কি?

এন কে সিঙ কমিটি, যিখন কমিটি ২০০৪ চনৰ এফ আৰ বি এম আইনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ গঠন কৰা হৈছিল, সেই কমিটিখনে এটা বিত্তীয় বৰ্ষত ৫০ আধাৰ মূল্যৰ পাৰ্থক্যৰ কথা উল্লেখ কৰাৰ লগতে অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে অৰ্থনীতিত পৰা প্ৰভাৱৰ কথা কৈছে।

এই কমিটিখন বিত্তীয় ঘাটি কমোৱাৰ ব্যবস্থা কৰিবলৈ যথেষ্ট আগ্ৰহী আছিল ।

বিত্তীয় ঘাটি পূৰণৰ দিশসমুহ আগন্তক বছৰবিলাকত নিৰ্ধাৰণ কৰিবলৈও চৰকাৰক নিৰ্দেশনা প্ৰদান কৰা হৈছে।বিত্তমন্ত্ৰীৰ মতে "ৰাজহ ঘূৰি অহা দিশবোৰ মধ্যকালীন বিত্তীয় পলিচি বনাম ষ্ট্ৰেটেজি ষ্টেটমেণ্টৰ অংশ হিচাপে সংসদত প্ৰকাশ কৰা হৈছে"।

"জনসাধাৰণৰ উন্নয়নমূলক কাম কাজত একো নেতিবাচক প্ৰভাৱ নপৰাকৈ ৰাজহ ঘূৰি আহিব", বিত্তমন্ত্ৰীৰ মন্তব্য।

Intro:Body:

৩.৮%  বিত্তীয় ঘাটি:  নিৰ্মলা সীতাৰমনে অৰ্থনৈতিক প্ৰতিকূল পৰিস্থিতিৰ  ৰ পৰা হাত সাৰিবৰ বাবে সুৰক্ষাৰ ধাৰা ( escape clause) ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা দেখা গল 

বাজেট ২০২০-২১: সকলোৱে ভৱাৰ দৰেই বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বিত্তীয় ঘাটিৰ লক্ষ্যত ৰেহাই প্ৰদান কৰি ৫০ প্ৰাথমিক সূচাংকত ইয়াক স্থিৰ কৰে, যাৰ পৰিমাণ বৰ্তমান অৰ্থনৈতিক বর্ষত মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৩. ৩ৰ পৰা ৩.৮% হব বুলি কব পৰা যায়। যোৱা বৰ্ষৰ জুলাই মাহত তেওঁ প্ৰদান কৰা প্ৰথমটো বাজেট ভাষণত তেওঁ কেন্দ্ৰীয় চৰকাৰে ৭.০৩ লাখ কোটি টকাৰ ঋণ গ্ৰহণৰ প্ৰয়োজন বুলি বক্তব্য আগবঢ়াইছিল। উল্লেখযোগ্য যে এই পৰিমাণ এতিয়ালৈকে  গ্ৰহণ কৰা ঋণৰ ক্ষেত্ৰত সৰ্বাধিক ৰূপে পৰিগণিত হৈছিল। কিন্তু পৰিৱৰ্তিত পৰিকল্পনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই বছৰ নিৰ্ধাৰিত বাজেট পৰিকল্পনাতকৈ ৬৩,০০০ কোটি টকা অধিক গ্ৰহণ কৰা দেখা যায়।

সীতাৰমনে তেখেতৰ বাজেট ভাষণত কয় যে "FRBM আইনৰ ধাৰা ৪(২) য়ে  অৰ্থনীতিৰ গাথঁনিগত সংস্কাৰৰ বাবে পৰিকল্পিত  বিত্তীয় ঘাটিৰ পৰা হোৱা বিচ্যুতি আৰু অপ্ৰত্যাশিত বিত্তীয় সংকটৰ প্ৰেক্ষাপটত ৰেহাই প্ৰদান কৰিছে। তেখেতে ২০১৭ বর্ষৰ এন কে সিঙ কমিটিৰ প্ৰতিবেদনৰ আইনি দফা সমূহৰ উদ্ধৃতি প্ৰদান কৰি সুৰক্ষাৰ ধাৰা (escape clause )ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বাখ্যা আগবঢ়াই।

অৱশ্যেই এইটো সকলোতে আশা কৰা হৈছিল যে চৰকাৰে বিত্তীয় একীভূতকৰণ ৰ পথত অগ্ৰসৰ নহব , কিন্তু বাজেট খনে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ ক্ষেত্ৰত অৰ্থনৈতিক ব্যৰ্থতাক স্পষ্ট ৰূপে পৰিস্ফুট কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ সংগৃহীত মুঠ কৰৰ পৰিমান আছিল ১.৪৬ কোটি টকা যাৰ পৰামান ইয়াৰ সাত মাহ আগেয়ে প্ৰদান কৰা বাজেট পৰিকল্পনাতকৈ কম।

ই নিৰ্মলা সীতাৰমনক বাজেট ঘাটিৰ লক্ষ্যৰ ক্ষেত্ৰত লব পৰা বিচ্যুতিৰ পৰিমানক  সুৰক্ষাৰ ধাৰা (escape clause ) প্ৰয়োগৰ দ্বাৰা সৰ্বোচ্চ ৫০ সূচাংকলৈ লোৱাত সহায় কৰিছে।  মনকৰিবলগীয়া যে অৰ্থনীতি ইমানেই দুৰ্বল অৱস্থাত আছে যাৰ ফলত তেওঁ একেধাৰে বিত্তীয় বৰ্ষ 2019-20 আৰু 2020-21 বাবে এই পাৰ্থক্য ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

"সেয়েহে মই এফ.আৰ.বি.এম( FRBM) আইনৰ ধাৰা 4(3)ৰ পৰা 0.5 %ৰ নিৰ্দিষ্ট পাৰ্থক্য বাজেটৰ হিচাপ আৰু পুনঃ নিৰ্ধাৰিত হিচাপত নিৰ্ণয় কৰি লৈছো " বিত্ত মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰিছে যি সংকুচিত ৰাজহ সংগ্ৰহ আৰু অৰ্থনৈতিক মন্দাবস্থাৰ দৰে  প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি আছে আৰু যাৰ ফলত বৰ্তমান দেশৰ অৰ্থনীতিক কাম্য পথলৈ ঘূৰাই অনাটো তেওঁৰ বাবে অধিক জটিল হৈ পৰিছে।

 বিত্তীয় ঘাটি কি ? 

বিত্তীয় ঘাটি কেন্দ্ৰীয় বাজেটত অতি গুৰুত্বসহকাৰে লক্ষ্য কৰা এটা সংখ্যা কিয়নো ই কেন্দ্ৰীয় চৰকাৰৰ এটা বিত্তীয় বৰ্ষৰ সৰ্বমুঠ ঋণৰ প্ৰয়োজনীয়তাক সূচায়। 2019- 20 বৰ্ষত চৰকাৰে 7.67 লাখ টকা ঋণ হিচাপে লব যিনেকি বাজেটৰ সৰ্বমুঠ খৰছৰ 28% তকৈও অধিক, যি খৰছ পুনঃ নিৰ্ধাৰিত হিচাপত 26.99 লাখ হিচাপে নিৰ্ধাৰিত হৈছে। 

উচ্চ বিত্তীয় ঘাটি মানে হ'ল যে চৰকাৰে তেওঁলোকৰ কৰ আৰু কৰ -বিহীন আয় সংগ্ৰহৰ তুলনাত বেছি খৰছ কৰে যি চৰকাৰৰ ঋণৰ বোজা বহাই সাৰ্বভৌম ক্ষমতাক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে।

এফ আৰ বি এম আইনৰ অধীনত বিত্তীয় ঘাটিৰ অনুমোদনৰ পাৰ্থক্য কি?

এন কে সিঙ কমিটি, যিখন কমিটি ২০০৪ চনৰ এফ আৰ বি এম আইনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ গঠন কৰা হৈছিল, সেই কমিটিখনে এটা বিত্তীয় বৰ্ষত ৫০ আধাৰ মূল্যৰ পাৰ্থক্যৰ কথা উল্লেখ কৰাৰ লগতে অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে অৰ্থনীতিত পৰা প্ৰভাৱৰ কথা কৈছে।

এই কমিটিখন বিত্তীয় ঘাটি কমোৱাৰ ব্যবস্থা কৰিবলৈ  যথেষ্ট আগ্ৰহী আছিল ।

বিত্তীয় ঘাটি  পূৰণৰ দিশসমুহ আগন্তক বছৰবিলাকত নিৰ্ধাৰণ কৰিবলৈও চৰকাৰক নিৰ্দেশনা প্ৰদান কৰা হৈছে।বিত্তমন্ত্ৰীৰ মতে "ৰাজহ ঘূৰি অহা দিশবোৰ মধ্যকালীন বিত্তীয় পলিচি বনাম ষ্ট্ৰেটেজি ষ্টেটমেণ্টৰ অংশ হিচাপে সংসদত প্ৰকাশ কৰা হৈছে"।

"জনসাধাৰণৰ উন্নয়নমূলক কাম কাজত একো নেতিবাচক প্ৰভাৱ নপৰাকৈ ৰাজহ ঘূৰি আহিব", বিত্তমন্ত্ৰীৰ মন্তব্য।

গুৰুত্বপূৰ্ণ ঃভাৰতৰ বিত্তীয় ঘাটি কি?২০১৯-২০ চনত ভাৰতৰ বিত্তীয় ঘাটি, ২০২০-২১ চনত ভাৰতৰ বিত্তীয় ঘাটি, এফ আৰ বি এম আইন, কেন্দ্ৰীয় বাজেট ২০২০, নিৰ্মলা সিথাৰমন, বাজেট ভাষণ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.