ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড

author img

By

Published : Dec 30, 2019, 8:13 PM IST

Updated : Dec 30, 2019, 10:26 PM IST

প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড
প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড

20:08 December 30

নখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ ৰাওনা

নেশ্বনেল ডেস্ক, 30 ডিচেম্বৰঃ নতুন দিল্লীৰ লোক কল্যান মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা ৷ সোমবাৰে নিশা প্ৰায় 8 বজাৰ সময়ত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷ ঘটনাস্থলীলৈ 9খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ ঢাপলি ৷ বৰ্তমানে জুই নিৰ্বাপিত যদিও ক্ষয়-ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে অগ্নিকাণ্ডৰ কথা ঘোষণা কৰে ৷ অৱশ্যে অগ্নিকাণ্ড প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সুৰক্ষাৰ বাবে থকা নিৰাপত্তাৰক্ষীৰ বেৰেকত সংঘটিত হৈছিল বুলি টুইটটোত প্ৰকাশ কৰা হয় ৷ ইতিমধ্যে অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনীয়ে ৷

Intro:Body:

Fire at PM Residence 

Fire breaks out at PM's residence, doused

New Delhi: A minor fire broke out at Prime Minister Narendra Modi's residence at 7, Lok Kalyan Marg on Monday evening. 

The fire was doused after nine fire tenders rushed to the PM's residence. 

This is a developing story, more details are awaited. 

Conclusion:
Last Updated : Dec 30, 2019, 10:26 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.