ETV Bharat / bharat

মমতালৈ এজাহাৰ দাখিলৰ ভাবুকি কৈলাশ বিজয় বাৰ্গিয়াৰ

পাকিস্তানলৈ সহমৰ্মিতা দৰ্শোৱা মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰো ভাবুকি প্ৰদান বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয় বাৰ্গিয়াৰ

author img

By

Published : Mar 2, 2019, 5:23 PM IST

etv bharat

নিউজ ডেস্ক, ২ মাৰ্চ : মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভাৰত বিৰোধী মনোভাৱ আৰু পাকিস্তানলৈ সহমৰ্মিতা প্ৰদৰ্শনৰ অভিযোগ। অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বাৰ্গিয়াই। পাকিস্তানলৈ সহমৰ্মিতা দৰ্শোৱা মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰো ভাবুকি প্ৰদান কৰে বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ভূমিত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ সত্যাসত্য বিচাৰি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিদেশী সংবাদ মাধ্যৰ উদ্বৃতি প্ৰদান কৰি ভাৰতৰ ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাই নাইবা সন্ত্ৰাসবাদী নিহত হোৱাৰ কোনো তথ্য নাই বুলি প্ৰকাশ কৰিছিল মমতাই। যাৰ বাবেই মমতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

FIR must be lodged against Mamata Banerjee for 'pro-Pakistan remark': Kailash Vijayvargiya

মমতালৈ এজাহাৰ দাখিলৰ ভাবুকি কৈলাশ বিজয়বাৰ্গিয়াৰ

নিউজ ডেস্ক, ২ মাৰ্চ : মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভাৰত বিৰোধী মনোভাৱ আৰু পাকিস্তানলৈ সহমৰ্মিতা প্ৰদৰ্শনৰ অভিযোগ। অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বাৰ্গিয়াই। পাকিস্তানলৈ সহমৰ্মিতা দৰ্শোৱা মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰো ভাবুকি প্ৰদান কৰে বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ভূমিত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ সত্যাসত্য বিচাৰি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিদেশী সংবাদ মাধ্যৰ উদ্বৃতি প্ৰদান কৰি ভাৰতৰ ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাই নাইবা সন্ত্ৰাসবাদী নিহত হোৱাৰ কোনো তথ্য নাই বুলি প্ৰকাশ কৰিছিল মমতাই। যাৰ বাবেই মমতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.