ETV Bharat / bharat

ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টলৈ 613 কিলোগ্ৰামৰ ঘণ্টা আগবঢ়ালে ভক্তই

author img

By

Published : Oct 7, 2020, 10:06 PM IST

ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টলৈ চেন্নাইস্থিত আইনী অধিকাৰ গোটৰ সাধাৰণ সম্পাদক ৰাজালক্ষ্মী মান্ধাই ভগৱান ৰাম, সীতা, হনুমান আৰু লক্ষ্মণৰ মূৰ্তিৰ লগতে, 613 কিলোগ্ৰাম ওজনৰ এটা ব্ৰঞ্জৰ মূৰ্তি আগবঢ়ায় ৷

613 কিলোগ্ৰামৰ ঘণ্টা আগবঢ়ালে ভক্তই
613 কিলোগ্ৰামৰ ঘণ্টা আগবঢ়ালে ভক্তই

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ ভূমি পূজন আৰম্ভ হোৱাৰ লগে লগে, ভগৱান ৰামৰ ভক্ত সকলে যিকোনো প্ৰকাৰে হ'লেও ভিন্ন ধৰণেৰে অৱদান আগবঢ়াই গৈছে ৷

সেই অৱদানৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অন্যতম সমল হ'ল , তামিলনাডুৰ ৰামেশ্বৰত প্ৰস্তুত কৰা এক বিশেষ ঘণ্টা ৷ যিটো ৰাম জনমভূমি তীৰ্থক্ষেত্ৰৰ বাবে প্ৰস্তুত কৰা হৈছে ৷

চেন্নাইস্থিত আইনী অধিকাৰ গোটৰ সাধাৰণ সম্পাদক ৰাজালক্ষ্মী মান্ধাই ভগৱান ৰাম, সীতা, হনুমান আৰু লক্ষ্মণৰ মূৰ্তিৰ লগতে, 613 কিলোগ্ৰাম ওজনৰ এটা ব্ৰঞ্জৰ ঘণ্টা দান কৰিছে ৷

মন্ধাই ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সেই ঘণ্টাতো তামেৰে নিৰ্মিত, যিটো প্ৰস্থই 3.9 ফুট আৰু দৈৰ্ঘই 4 বুলি জানিবলৈ দিয়ে ৷

সুত্ৰই সদৰী কৰা অনুসৰি, ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে বৰ্তমানলৈ 100 কোটি টকাৰ দান বৰঙণি লাভ কৰিছে ৷

লগতে পঢ়ক: গুজৰাট হৈছে নৰেন্দ্ৰ মোডীৰ আত্মাঃ বিজয় ৰূপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.