ETV Bharat / bharat

ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টলৈ 613 কিলোগ্ৰামৰ ঘণ্টা আগবঢ়ালে ভক্তই - ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট

ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টলৈ চেন্নাইস্থিত আইনী অধিকাৰ গোটৰ সাধাৰণ সম্পাদক ৰাজালক্ষ্মী মান্ধাই ভগৱান ৰাম, সীতা, হনুমান আৰু লক্ষ্মণৰ মূৰ্তিৰ লগতে, 613 কিলোগ্ৰাম ওজনৰ এটা ব্ৰঞ্জৰ মূৰ্তি আগবঢ়ায় ৷

613 কিলোগ্ৰামৰ ঘণ্টা আগবঢ়ালে ভক্তই
613 কিলোগ্ৰামৰ ঘণ্টা আগবঢ়ালে ভক্তই
author img

By

Published : Oct 7, 2020, 10:06 PM IST

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ ভূমি পূজন আৰম্ভ হোৱাৰ লগে লগে, ভগৱান ৰামৰ ভক্ত সকলে যিকোনো প্ৰকাৰে হ'লেও ভিন্ন ধৰণেৰে অৱদান আগবঢ়াই গৈছে ৷

সেই অৱদানৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অন্যতম সমল হ'ল , তামিলনাডুৰ ৰামেশ্বৰত প্ৰস্তুত কৰা এক বিশেষ ঘণ্টা ৷ যিটো ৰাম জনমভূমি তীৰ্থক্ষেত্ৰৰ বাবে প্ৰস্তুত কৰা হৈছে ৷

চেন্নাইস্থিত আইনী অধিকাৰ গোটৰ সাধাৰণ সম্পাদক ৰাজালক্ষ্মী মান্ধাই ভগৱান ৰাম, সীতা, হনুমান আৰু লক্ষ্মণৰ মূৰ্তিৰ লগতে, 613 কিলোগ্ৰাম ওজনৰ এটা ব্ৰঞ্জৰ ঘণ্টা দান কৰিছে ৷

মন্ধাই ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সেই ঘণ্টাতো তামেৰে নিৰ্মিত, যিটো প্ৰস্থই 3.9 ফুট আৰু দৈৰ্ঘই 4 বুলি জানিবলৈ দিয়ে ৷

সুত্ৰই সদৰী কৰা অনুসৰি, ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে বৰ্তমানলৈ 100 কোটি টকাৰ দান বৰঙণি লাভ কৰিছে ৷

লগতে পঢ়ক: গুজৰাট হৈছে নৰেন্দ্ৰ মোডীৰ আত্মাঃ বিজয় ৰূপানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.