ETV Bharat / bharat

PUBGৰ আসক্তিঃ দুছেও কৰি পিতৃক হত্যা কৰিলে পুত্ৰই

author img

By

Published : Sep 9, 2019, 9:34 PM IST

বৰ্তমান সময়ত যুৱপ্ৰজন্ম তথা অনলাইন গেমছ খেলি ভাল পোৱাসকলৰ মাজত সমাদৃত এটা জনপ্ৰিয় খেল হৈছে PUBG ৷ কিন্তু শেহতীয়াকৈ অপৰাধমুলক কাৰ্যকলাপৰ বাবে বদনাম হৈ পৰিছে অনলাইন PUBG গেমছ ৷ এইবাৰ PUBG খেলি থকা সময়ত গালি পৰাৰ বাবেই মাতৃক বন্ধ কোঠাত আৱদ্ধ কৰি ৰখাৰ লগতে পিতৃক ডিঙি আৰু ভৰি কাটি হত্যা কৰে কৰ্ণাটকৰ এগৰাকী যুৱকে ৷

PUBGৰ আসক্তিঃ পুত্ৰই হত্যা কৰিলে পিতৃক

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰঃ যুৱ প্ৰজন্ম তথা উঠি অহা প্ৰজন্মৰ বাবে খেল-ধেমালি খুবেই গুৰুত্বপূৰ্ণ ৷ মানসিক তথা শাৰিৰীক অৱস্থাৰ উন্নতি সাধনৰ বাবে খেল-ধেমালিৰ প্ৰয়োজনীয়তা কোনোৱে নুই কৰিব নোৱাৰে ৷ কিন্তু বৰ্তমানৰ ডিজিটেল পৃথিৱীত গা-কৰি উঠা বহুকেইটা অনলাইন গেমছ যুৱ-প্ৰজন্মৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে ৷ শেহতীয়াকৈ অনলাইন গেমছৰ বাবেই যুৱপ্ৰজন্মৰ মাজত গা কৰি উঠিছে অপৰাধপ্ৰৱণতাই ৷

কৰ্ণাটকৰ বেলাগাভী জিলাত সংঘটিত এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ ৷ 21 বছৰীয়া পুত্ৰই PUBG (PlayerUnknown’s Battlegrounds) খেলিবলৈ নিদিয়াৰ বাবেই হত্যা কৰে নিজৰ 65 বছৰীয়া বৃদ্ধ পিতৃক ৷ পিতৃক ডিঙি আৰু দুভৰি কাটি দুছেও কৰি হত্যা কৰাৰ লগতে মাতৃকো আন এটা কোঠালিত আৱদ্ধ কৰি ৰাখে পুত্ৰই ৷ নিহত লোকজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰাপ্পা কুম্বাৰ বুলি চিনাক্ত কৰাৰ লগতে হত্যাকাৰী পুত্ৰক ৰঘুবীৰ কুম্বাৰ বুলি জনাইছে কৰ্ণাটক আৰক্ষীয়ে ৷

PUBGৰ আসক্তিঃ দুছেও কৰি পিতৃক হত্যা কৰিলে পুত্ৰই
পিতৃ হত্যাকাৰী পুত্ৰ ৰঘুবীৰ কুম্বাৰ

উল্লেখ্য যে, PUBG খেলিবলৈ বাধা দি অহাৰ বাবেই বিগত দেওবাৰৰ মাজনিশা শুই থকা অৱস্থাত পিতৃক কাটি দুছেও কৰে পুত্ৰই ৷ শান্তিৰে PUBG খেলিবলৈ নোপোৱাৰ বাবেই পিতৃক হত্যা কৰা বুলি উল্লেখ কৰে হত্যাকাৰী পুত্ৰ ৰঘুবীৰে ৷ ইয়াৰ পূৰ্বেই নতুন দিল্লীত এগৰাকী 19 বছৰীয়া যুৱকে PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই হত্যা কৰিছিল পিতৃ-মাতৃ আৰু ভগ্নীক ৷

Intro:Body:

 Son Raghuveer kammar (21) Killed his father Shankrappa(59) in Belagavi district Kakathi Taluk for not givinig money for internet recharge to play PUBG game. Father told son to not play PUBG. The angered Son killed his father at night while shankrappa has slept. He cut his father body to three pieces. The case registered in Kakati police station. Police visited spot and checked in.

ಬೆಳಗಾವಿ:

ಪಬ್ಜಿ ಗೇಮ್ ಆಡಲು ಇಂಟರ್ನೆಟ್ ಗೆ ಹಣ ಕೊಡದ ತಂದೆಯನ್ನೇ ಪಾಪಿ ಮಗ ತುಂಡು ತುಂಡಾಗಿ ಕತ್ತರಿಸಿ ಹತ್ಯೆಗೈದಿರುವ ಹೃದಯವಿದ್ರಾವಕ ಘಟನೆ ಬೆಳಗಾವಿ ತಾಲೂಕಿನ ಕಾಕತಿಯಲ್ಲಿ ನಡೆದಿದೆ.

ಪಬ್ಜಿ ಗೇಮ್ ಆಡದಂತೆ ತಂದೆ ಮಗನಿಗೆ ಬುದ್ದಿ ಹೇಳಿದರೂ‌ ಮಗ ಕೇಳಿಲ್ಲ.ನಿನ್ನೆಯಷ್ಟೇ ಇಂಟರ್ನೆಟ್ ಪ್ಯಾಕ್ ಮುಗಿದ ಕಾರಣ ಮಗ ತಂದೆಯಿಂದ ಹಣ ಕೇಳಿದ್ದಾನೆ. ಹಣ ನೀಡಲು ನಿರಾಕರಿಸಿದಕ್ಕೆ ತಂದೆಯನ್ನೇ ಪಾಪಿ ಮಗ ಹತ್ಯೆಗೈದಿದ್ದಾ‌ನೆ.

ಶಂಕ್ರಪ್ಪಾ ಕಮ್ಮಾರ(59) ಹತ್ಯೆಯಾದ ತಂದೆ. ರಘುವೀರ್ ಕಮ್ಮಾರ(21) ಹತ್ಯೆ ಮಾಡಿದ ಪಾಪಿ ಮಗ. ಶಂಕ್ರಪ್ಪ ಪೊಲೀಸ್ ಇಲಾಖೆಯಲ್ಲಿ ಕೆಲಸ ಮಾಡುತ್ತಿದ್ದರು. ರಾತ್ರಿ ತಂದೆ ಮಲಗಿದಾಗ ಮಾರಕಾಸ್ತ್ರಗಳಿಂದ ಕತ್ತು, ಕಾಲು ಕತ್ತರಿಸಿ ಬೇರ್ಪಡಿಸಿ ಕೊಲೆ‌ ಮಾಡಲಾಗಿದೆ.

ಸ್ಥಳಕ್ಕೆ ಕಾಕತಿ ಪೊಲೀಸತು ಭೇಟಿ ಪರಿಶೀಲನೆ ನಡೆಸಿದ್ದಾರೆ. ಕಾಕತಿ ಪೊಲೀಸ್ ಠಾಣಾ ವ್ಯಾಪ್ತಿಯಲ್ಲಿ ಘಟನೆ ನಡೆದಿದೆ.

--

KN_BGM_2_9_PUBG_tandeyanne_Konda_Maga_7201786

KN_BGM_2_9_PUBG_tandeyanne_Konda_Maga_1

KN_BGM_2_9_PUBG_tandeyanne_Konda_Maga_2

KN_BGM_2_9_PUBG_tandeyanne_Konda_Maga_3

KN_BGM_2_9_PUBG_tandeyanne_Konda_Maga_4

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.