ETV Bharat / bharat

2000 কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়া - ETV BHARAT

বিজেপিয়ে আম আদমী পাৰ্টিৰ ওপৰত লগালে শিক্ষা বিভাগৰ কেলেংকাৰীৰ অভিযোগ ৷

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই কৰিলে 2000 কোটি টকাৰ কেলেংকাৰী
author img

By

Published : Jul 1, 2019, 4:14 PM IST

নতুন দিল্লী,1 জুলাই: আজি এক সংবাদমেলত দিল্লী বিজেপিৰ প্ৰদেশ অধ্যক্ষ মনোজ তিৱাৰীয়ে আম আদমী পাৰ্টিৰ চৰকাৰ খনে শিক্ষা বিভাগত 2000 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে৷ মনোজ তিৱাৰীয়ে কয় যে এই কেলেংকাৰীটোত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াও জড়িত আছে৷

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই কৰিলে 2000 কোটি টকাৰ কেলেংকাৰী

নতুন দিল্লী,1 জুলাই: আজি এক সংবাদমেলত দিল্লী বিজেপিৰ প্ৰদেশ অধ্যক্ষ মনোজ তিৱাৰীয়ে আম আদমী পাৰ্টিৰ চৰকাৰ খনে শিক্ষা বিভাগত 2000 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে৷ মনোজ তিৱাৰীয়ে কয় যে এই কেলেংকাৰীটোত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াও জড়িত আছে৷

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই কৰিলে 2000 কোটি টকাৰ কেলেংকাৰী

বিজেপিয়ে আম আদমী পাৰ্টিৰ ওপৰত লগালে শিক্ষা বিভাগৰ কেলেংকাৰীৰ অভিযোগ৷

নতুন দিল্লী,1 জুলাই: আজি এক সংবাদমেলত দিল্লী বিজেপিৰ প্ৰদেশ অধ্যক্ষ মনোজ তিৱাৰীয়ে আম আদমী পাৰ্টিৰ চৰকাৰ খনে 2000 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে৷ মনোজ তিৱাৰীয়ে কয় যে এই কেলেংকাৰীটোত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াও জড়িত আছে৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.