ETV Bharat / bharat

নতুন দিল্লীত বেটাৰী নিৰ্মাণ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Jan 2, 2020, 4:16 PM IST

নতুন দিল্লীৰ পীৰাগঢ়ী উদ্যোগ বিহাৰত অগ্নিকাণ্ড ৷ বৰ্তমানলৈ নিয়ন্ত্ৰণ কৰিব পৰা কৰিব পৰা নাই জুইৰ মাত্ৰা ৷ জুইত আবদ্ধ 3 জন, গুৰুতৰভাৱে আহত 5 জন ৷

ভয়ংকৰ অগ্নিকাণ্ড
ভয়ংকৰ অগ্নিকাণ্ড

নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃ বৃহস্পতিবাৰে ৰাতিপুৱা নতুন দিল্লীৰ পীৰাগঢ়ী উদ্যোগ বিহাৰত এটা বেটাৰী নিৰ্মাণ ফেক্টৰীত সংঘটিত হয় অগ্নিকাণ্ড ৷ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ 6 খনকৈ বাহন ৷ কিন্তু পৰৱৰ্তী সময়ত অধিক তীব্ৰতৰ হৈ পৰে জুইৰ মাত্ৰা ৷ প্ৰায় 5 ঘন্টা ধৰি 24 খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে যদিও বৰ্তমানলৈ জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷

প্ৰাপ্ত তথ্য অনুসৰি জুই নুমাই থকা অৱস্থাত জুইৰ মাজত আবদ্ধ হৈ পৰে 3 জনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ৷ ইয়াৰোপৰি 4 আন জনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰু ফেক্টৰীটোত কাম কৰা এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় ৷ বৰ্তমান আবদ্ধ লোকসকলক উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে ৷

নতুন দিল্লীৰ পীৰাগঢ়ীৰ এটা বেটাৰী নিৰ্মাণ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লোক ৷ বৰ্তমানলৈ অজ্ঞাত হৈ আছে অগ্নি সংযোগৰ কাৰণ ৷

লগতে পঢ়ক: বাক্সাত এবছুৰ কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

Intro:Note : BREAKING...

बाहरी दिल्ली के पीरागढ़ी उद्योग विहार में, आज तड़के 4:00 बजे, एक बैटरी बनाने वाली फैक्ट्री में भीषण आग लग गई.

Body:मौके पर फायर की दो दर्जन से ज्यादा गाड़ियों मौजूद...

मौके पर अलग-अलग जगह से आधा दर्जन गाड़ियां आग बुझाने के लिए पहुंची. लेकिन बाद में आग और ज्यादा भीषण हो गई. और अब साढ़े 5 घंटे के बाद मौके पर लगभग दो दर्जन से ज्यादा गाड़ियां हैं. लेकिन अभी तक इस आग पर काबू नहीं किया का सकता है.

मलबे के नीचे दबे तीन फायर कर्मी...

जानकारी के मुताबिक आग बुझा रहे तीन फायर कर्मी मलबे के अंदर ही दब गए. जबकि चार फायर कर्मी भीऔर फैक्टरी में काम करने वाला एक मजदूर भी घायल हो गए है..

मौके पर पुलिस और एनडीआरएफ के साथ एंबुलेंस भी मौजूद...

जिन्हें निकालने का काम चल रहा है. मौके पर फायर डिपार्टमेंट के सभी आला ऑफिसर, पुलिस, एनडीआरएफ और सिविल डिफेंस की टीम के साथ साथ एंबुलेंस भी मौके पर पहुंची हुई है.

Conclusion:अभी भी पता लग पाया आग लगने का कारण..

फिलहाल आग पर अभी तक काबू नहीं पाया गया है. साथ ही आग लगने के कारणों का भी पता नहीं चल पाया है.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.