ETV Bharat / bharat

দিল্লীত প্ৰচণ্ড শীত,3 ডিগ্ৰীলৈ নামিল তাপমান - শনিবাৰে 3 ডিগ্ৰীলৈ নামিল তাপমান

দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ শনিবাৰে 3 ডিগ্ৰীলৈ তাপমান হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ৷

3 ডিগ্ৰীলৈ নামিল তাপমান
দিল্লীত প্ৰচণ্ড শীত
author img

By

Published : Dec 28, 2019, 11:26 AM IST

Updated : Dec 28, 2019, 12:02 PM IST

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ : দেশৰ ৰাজধানী দিল্লীত শীতৰ প্ৰকোপ প্ৰতিদিনে বৃদ্ধি পাইছে ৷ শনিবাৰৰ দিনা 3 ডিগ্ৰীলৈ তাপমান হ্ৰাস পোৱা পৰিলক্ষিত হ'ল ৷ আনহাতে, এইবাৰৰ শীতে 100 বছৰীয়া অভিলেখ ভংগ কৰে বুলি জানিব পৰা হৈছে ৷ দিল্লীৰ কিছু অংশত তাপমান 2.4 ডিগ্ৰীলৈও হ্ৰাস পোৱা বুলি উল্লেখ কৰা হৈছে ৷

দিল্লীত প্ৰচণ্ড শীত

দিল্লীবাসীয়ে জানিবলৈ দিয়া অনুসৰি, এই শীতৰ প্ৰকোপত তেওঁলোকৰ দৈনন্দিন কাম-কাজত বাধা আহি পৰিছে ৷

3 ডিগ্ৰীলৈ নামিল তাপমান
দিল্লীত প্ৰচণ্ড শীত

আনহাতে, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও ঠাণ্ডাৰ ফলত যথেষ্ট সমস্যাত ভুগিব লগা হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ঘোষণা কৰিব লাগে বুলিও মন্তব্য কৰে বহুলোকে ৷

ইফালে বতৰ বিভাগে জানিবলৈ দিয়া অনুসৰি, দিল্লীবাসীয়ে আৰু এক সপ্তাহ এই ঠাণ্ডাৰ সৈতে যুঁজিব লাগিব ৷

আৰু পঢ়ক : CAA বিৰোধীক সমৰ্থনৰ লক্ষ্যৰে অসম ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে

Intro:नई दिल्ली ।

राजधानी दिल्ली में सर्दी का कहर जारी है. वह शनिवार की सुबह शीत लहर मे लिपटी नजर आई दिल्ली. सुबह का तापमान करीब 3 डिग्री तक लुढ़क गया. वहीं कहा जा रहा है कि इस बार सर्दी ने करीब सौ साल का रिकॉर्ड तोड़ा है. बता दें कि दिल्ली के कई इलाकों में तापमान 2.4 डिग्री तक दर्ज किया गया है.

Body:कोहरे की चपेट में लिपटी दिल्ली

शनिवार की सुबह दिल्ली में दांत किटकिटा देने वाली ठंड रही. जगह जगह लोग अलाव जलाते और कंबल में ठिठुरते नज़र आए. वहीं रोज़ी रोटी के लिए इस ठंड में भी काम पर जाने वाले लोगों को खासी दिक्कत हो रही है. ऐसे ही कुछ लोगों से ईटीवी भारत ने बात की. उनका कहना है कि कई सालों बाद इतनी ठंड पड़ रही है. गर्म कपड़ों से लदे होने के बाद भी ठंड नहीं छोड़ रही. कुछ मुसाफिर तो कहने लगे कि दिल्ली में रहते रहते मानों यहां की सर्दी के साथ समझौता कर लिया है. भले ही सर्दी बढ़ रही है पर रोज़ी रोटी तो कमानी ही है. वहीं एक अन्य शख्स मुसाफिर ने कहा कि घर मे पूरा दिन हीटर चलाना पड़ रहा है फिर भी ठंड नहीं कम हो रही.

स्कूली बच्चों को परेशानी

वहीं सबसे ज्यादा परेशानी हो रही है स्कूली बच्चों को. बच्चों को स्कूल ले जाने वाले ऑटो चालक ने कहा कि सर्दी बहुत है ऐसे में स्कूल बंद हो जाने चाहिए.लेकिन अभी भी स्कूल चालू है.

अभी नहीं मिलेगी ठंड से राहत

वहीं सड़कों की सफाई करने वाले कर्मचारियों का भी ठंड से बुरा हाल है. उनका कहना है कि काम के साथ साथ अगर अलाव की व्यवस्था हो जाती तो कुछ तो राहत मिलती. वहीं मौसम विभाग की मानें तो दिल्लीवालों को अभी एक हफ्ते तक सर्दी से राहत नहीं मिलने वाली है.

Conclusion:वहीं शीतलहर में सड़क पर टिमटिमाती रोशनी में रेंगती नज़र आई गाड़ी.
Last Updated : Dec 28, 2019, 12:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.