ETV Bharat / bharat

জামিয়াত সংঘটিত অগ্নিকাণ্ডত নিহতৰ সংখ্যা ছজনলৈ বৃদ্ধি - বৈদ্যুতিক বিজুতি

নিশা প্ৰায় 2:30 বজাত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত বৰ্তমানলৈ 6গৰাকী লোকৰ মৃত্যু হৈছে ৷ দক্ষিন দিল্লীৰ জামিয়ানগৰৰ চাৰিমহলীয়া অট্টালিকাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো ৷

জামিয়াত সংঘটিত অগ্নিকাণ্ডত নিহতৰ সংখ্যা ছজনলৈ বৃদ্ধি
author img

By

Published : Aug 6, 2019, 11:18 AM IST

নিউজ ডেস্ক, 6 আগষ্টঃ বিগত নিশা দক্ষিন দিল্লীৰ জামিয়া আৰক্ষী থানাৰ অন্তৰ্গত জামিয়া নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ চাৰিমহলীয়া এটি অট্টালিকাত বৈদ্যুতিক বিজুতিৰ বাবে সংঘটিত হোৱা অগ্নিকাণ্ডটোত মুঠ 11 গৰাকী লোক আহত হোৱাৰ বিপৰীতে নিহত হয় 6জনকৈ লোক ৷

নিশা শুই থকা অৱস্থাত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ বাবেই পৰিস্থিতি অধিক জটিল হৈ পৰে বুলি উদ্ধাৰকাৰী বাহিনীয়ে প্ৰকাশ কৰিছে ৷ নিহতসকলৰ ভিতৰত দুইগৰাকী শিশু আৰু দুইগৰাকী মহিলাকে ধৰি দুইগৰাকী পুৰুষ আছে বুলি প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে ৷ আনহাতে গুৰুতৰভাৱে আহত হোৱা লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আহতসকলৰ ভিতৰত এগৰাকী শিশুৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে ৷

Intro:बीती रात 2:30 बजे साउथ ईस्ट दिल्ली के जामिया नगर थाना अंतर्गत एक चार मंजिला बिल्डिंग में आग लग गई जिसमें 6 लोगों की जलकर मौत हो गई जबकि 11 लोग जख्मी हो गए आग का कारण शॉर्ट सर्किट बताया जा रहा है दरअसल बिल्डिंग के सामने पार्किंग थी पहले आग पार्किंग में लगी और आग फैल कर चार मंजिला बिल्डिंग में लग गई और फिर ऐ दर्दनाक हादसा हुआ ।Body:बताया जा रहा है कि आग चार मंजिला मकान में लगी थी जिसमें 13 फ्लैट थे और सभी में परिवार रह रही थी आप पहले बिल्डिंग के सामने मौजूद पार्किंग में लगी फिर आग फैल कर बिल्डिंग में पहुंच गई और फिर यह दर्दनाक हादसा हुआ जिसमें 6 लोगों की दर्दनाक मौत हो गई जिनमें दो महिलाएं 2 बच्चे और 2 पुरुष शामिल है इस पूरे घटना में 11 लोग जख्मी हुए हैं पूरी घटना जामिया नगर थाना अंतर्गत की है दरअसल बचाव कार्य मे संकरी गलियों के कारण दिक्कते आई । इस घटना में 6 लोगों की मौत हो चुकी है ।Conclusion:जामिया नगर थाना अंतर्गत बटला हाउस के जोगाबाई के गली नंबर सात के एक मकान में लगी थी बरहाल इस पूरे मामले में आगे की जांच जारी है ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.