ETV Bharat / bharat

দিল্লী নিৰ্বাচন 2020: 56 খন আসনত আগবাঢ়ি আছে আপ

মুঠ 70 খন আসনৰ বৰ্তমান অৰ্থাৎ পুৱা 11 বজালৈ 56 খন আসনত আগবাঢ়ি আছে আম আদমী পাৰ্টী ৷ আনহাতে আপৰ মুখ্য প্ৰতিদ্বন্দ্বী বিজেপিয়ে আগবাঢ়ি আছে 14 খন আসনত ৷

Delhi Election 2020: AAP leads on 56 seats
দিল্লী নিৰ্বাচন 2020: 56 খন আসনত আগবাঢ়ি আছে আপ
author img

By

Published : Feb 11, 2020, 12:45 PM IST

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰীঃ পুনৰবাৰ আম আদমী পাৰ্টীৰ দখললৈ যোৱাৰ দিশে অগ্ৰসৰ দিল্লী ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে দিল্লী বিধানসভাৰ ভোটগণনা প্ৰক্ৰিয়া ৷ মুঠ 70 খন আসনৰ বৰ্তমান অৰ্থাৎ পুৱা 11 বজালৈ 56 খন আসনত আগবাঢ়ি আছে আম আদমী পাৰ্টী ৷ আনহাতে আপৰ মুখ্য প্ৰতিদ্বন্দ্বী বিজেপিয়ে আগবাঢ়ি আছে 14 খন আসনত ৷

নতুন দিল্লী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুনীল কুমাৰ যাদৱৰ বিৰুদ্ধে 4,387টা ভোটত আগবাঢ়ি আছে আপৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷

উল্লেখ্য যে যোৱা 8 ফেব্ৰুৱাৰীত 70 খন আসনৰ বাবে সম্পন্ন হৈছিল দিল্লী বিধানসভা নিৰ্বাচন ৷ দিল্লী নিৰ্বাচনৰ মূল যুঁজখন চলিছে আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত ৷ আম আদমী পাৰ্টীয়ে তৃতীয়বাৰৰ বাবে শাসনলৈ আহিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে বিজেপিয়ে 20 বছৰৰ পিচত পুনৰ দিল্লীৰ শাসনলৈ অহাৰ বাবে নিজৰ চেষ্টা অব্যাহত ৰাখিছে ৷

আৰু পঢ়কঃকাৰ দখললৈ দিল্লী ?

Intro:Body:

Delhi Election live Updates

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.