ETV Bharat / bharat

কাৰিপুৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Aug 23, 2020, 9:23 AM IST

Updated : Aug 23, 2020, 10:00 AM IST

ডুবাইৰ পৰা 190 গৰাকী যাত্ৰীসহ বিমানখন কাৰিপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুঘটনাত পতিত হৈছিল ৷ তাৰ পিচতেই ভৰিত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা 68 বছৰীয়া অৰবিন্দক্ষনৰ মৃত্যু হয় ৷

Plane crash toll climbs to 20 as one more passenger dies
কাৰিপুৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক, 23আগষ্টঃ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এগৰাকী 53 বছৰীয়া এগৰাকী ব্যক্তিৰ শনিবাৰে চিকিৎসালয়ত মৃত্যু হয় ৷ বিমান দুৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ ৷ বায়নাড জিলাত শনিবাৰে লোকজনৰ বিয়লি মৃত্যু হোৱাৰ তথ্য সদৰি কৰে এগৰাকী চৰকাৰী বিষয়াই ৷

বিমানখনৰ পাইলট আৰু সহযোগী পাইলটসহ 18 গৰাকী যাত্ৰীয়ে মৃত্যুক সাৱটি লৈছিল আৰু বহু কেইগৰাকী আঘাটপ্ৰাপ্ত হৈছিল ৷ উল্লেখযোগ্য যে, ডুবাইৰ পৰা 190 গৰাকী যাত্ৰীসহ বিমানখন কাৰিপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুঘটনাত পতিত হৈছিল ৷ তাৰ পিচতেই ভৰিত আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা 68 বছৰীয়া অৰবিন্দক্ষনৰ মৃত্যু হয় ৷ কাৰ্ডিয়ক এৰেস্কটৰ ফলত 19 গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ নতুনকৈ বিকাশ সাধন কৰা USA ৰ আধাৰিত ৰাষ্ট্ৰীয় পৰিৱহন সুৰক্ষা বৰ্ড NTSB য়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ স্বীকৃতিপ্ৰাপ্ত প্ৰতিনিধি আৰু টেকনিকেল বিষয়াক নিযুক্ত কৰিছে ৷ ইপিনে বিমানৰ প্ৰয়োজনীয়তা দুৰ্ঘটনা আৰু দুৰ্ঘটনা অনুসন্ধান নিয়ম 2017 আৰু ICAO অনুচ্ছেদ 13 ৰ অনুসৰি AAIB য়ে ৰাজ্য সুৰক্ষা NTSB ৰ নিৰ্মাতাই দায়বদ্ধ হোৱাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়কঃ পাকিস্তানৰ পতাকাৰ আৰ্হিত নিৰ্মিত চিলাসহ এজনক আটক

Last Updated : Aug 23, 2020, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.