ETV Bharat / bharat

নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ - আৰক্ষী অধীক্ষক

দীৰ্ঘদিন ধৰি চলি অহা মাওবাদ আৰু নক্সালবাদ সমস্যাৰ সমাধানৰ বাবে নতুন ষ্ট্ৰেটেজী গ্ৰহণ কৰিছে ছত্তিশগড় আৰক্ষীয়ে ৷ মাওবাদৰ কেন্দ্ৰ হিচাপে কুখ্যাত ছত্তিশগড়ৰ বষ্টৰ জিলাত আৰক্ষীয়ে হাতত লৈছে এক নতুন ষ্ট্ৰেটেজী ৷

নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ
author img

By

Published : Jul 11, 2019, 5:19 PM IST

নিউজ ডেস্ক, 11 জুলাইঃ মাওবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰক্ষীৰ আৰু প্ৰয়োজন নহয় বন্দুক কিম্বা বাৰুদৰ ৷ কিয়নো ছত্তিশগড় আৰক্ষীয়ে বিচাৰি উলিয়াইছে এক অভিনৱ পন্থা ৷

নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ

ৰাজ্যখনৰ নক্সাল অধ্যুষিত বষ্টৰত আৰক্ষীৰ লোকসকলে হাতত বন্দুকৰ সলনি তুলি লৈছে লাইট-কেমেৰা ৷ আৰক্ষীৰ লোকসকলৰ সৈতে উপস্থিত আছে ডান্টেৱাড়া জিলাৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱ ৷ কিন্তু কিয় এইসকল আৰক্ষীৰ লোকে হাতত বন্দুকৰ সলনি তুলি ল'লে লাইট-কেমেৰা, চাঁওক আমাৰ এই প্ৰতিবেদন ৷

অধিক পঢ়কঃ কাশ্মীৰ সমস্যাক লৈ ভাৰতক সাৱধানবাণী অল-কায়দাৰ মুৰব্বীৰ

Intro:Body:

নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ

দীৰ্ঘদিন ধৰি চলি অহা মাওবাদ আৰু নক্সালবাদ সমস্যাৰ সমাধাণৰ বাবে নতুন ষ্ট্ৰেটেজী গ্ৰহণ কৰিছে ছত্তিশগড় আৰক্ষীয়ে ৷ মাওবাদৰ কেন্দ্ৰ হিচাপে কুখ্যাত ছত্তিশগড়ৰ বষ্টৰ জিলাত আৰক্ষীয়ে হাতত লৈছে এক নতুন ষ্ট্ৰেটেজী ৷

নিউজ ডেস্ক, 11 জুলাইঃ মাওবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰক্ষীৰ আৰু প্ৰয়োজন নহয় বন্দুক কিম্বা বাৰুদৰ ৷ কিয়নো ছত্তিশগড় আৰক্ষীয়ে বিচাৰি উলিয়াইছে এক অভিনৱ পন্থা ৷ 

ৰাজ্যখনৰ নক্সাল অধ্যুষিত বষ্টৰত আৰক্ষীৰ লোকসকলে হাতত বন্দুকৰ সলনি তুলি লৈছে লাইট-কেমেৰা ৷ আৰক্ষীৰ লোকসকলৰ সৈতে উপস্থিত আছে ডান্টেৱাড়া জিলাৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱ ৷ কিন্তু কিয় এইসকল আৰক্ষীৰ লোকে হাতত বন্দুকৰ সলনি তুলি ল'লে লাইট-কেমেৰা, চাঁওক আমাৰ এই প্ৰতিবেদন ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.