ETV Bharat / bharat

ৰাখী বন্ধনঃ চত্তীশগড়ৰ ৰায়গড় আৰক্ষীয়ে বিতৰণ কৰিব 14 লাখ মাস্ক - চত্তীশগড়ৰ ৰায়গড় জিলা

চত্তীশগড়ৰ ৰায়গড় আৰক্ষীয়ে ৰাখী বন্ধন উপলক্ষে সোমবাৰে বিতৰণ কৰিব 14 লাখৰো অধিক মাস্ক ৷ মহামাৰী COVID-19 ৰ সংক্ৰমণ ৰোধৰ বাবে ৰায়গড় আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ৰায়গড়ৰ আৰক্ষী অধীক্ষক সন্তোষ সিঙে ৷

ৰাখী বন্ধন
ৰাখী বন্ধনঃ চত্তীশগড়ৰ ৰায়গড় আৰক্ষীয়ে বিতৰণ কৰিব 14 লাখ মাস্ক
author img

By

Published : Aug 3, 2020, 12:45 PM IST

নিউজ ডেস্ক, 3 আগষ্টঃ চত্তীশগড়ত ৰাখী বন্ধন উপলক্ষে আৰক্ষীৰ বিশেষ পদক্ষেপ ৷ সোমবাৰে ৰাখী বন্ধন উপলক্ষে চত্তীশগড়ৰ ৰায়পুৰ জিলাত আৰক্ষীয়ে 14 লাখৰো অধিক মাস্ক বিতৰণ কৰিব বুলি উল্লেখ কৰে ৷ দেশত বৃদ্ধি পোৱা মহামাৰী COVID-19ৰ সংক্ৰম ৰোধৰ বাবে ৰায়গড় আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে বুলি উল্লেখ কৰে ৷ বিষয় সন্দৰ্ভত এজন বিষয়ববীয়াই কয় যে,ৰাখী বন্ধন উপলক্ষে দেশবাসীক ৰক্ষা কবচ হিচাপে বে-চৰকাৰী সংস্থাৰ সহায়ত ৰায়গড় জিলাৰ সকলো আৰক্ষী থানাৰ এলেকাত "Ek Rakshasutra mask ka" নামেৰে মাস্ক বিতৰণ কৰিব বুলি সদৰি কৰে ৷

ৰায়গড়ৰ আৰক্ষী অধীক্ষক সন্তোষ সিঙে কয় যে, মাৰ্চ মাহৰ পৰা তথা মহামাৰী COVID-19 সংক্ৰমিত হোৱাৰ পাচৰ পৰাই ৰায়গড় আৰক্ষীয়ে এই সন্দৰ্ভত সজাগতা অভিযান আৰম্ভ কৰিছে ৷ ৰায়গড়বাসীক COVID-19 সংক্ৰম ৰোধ তথা এই সন্দৰ্ভত জিলাখনৰ বাসিন্দাক সজাগ কৰা বাবেই এই ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰক্ষীয়ে ৷

লগতে চাওকঃ দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী আদিত্যলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.