ETV Bharat / bharat

কোভিড ১৯ : উত্তৰ প্ৰদেশত ১৬ লাখৰ অধিক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সমীক্ষা সম্পন্ন

উত্তৰ প্ৰদেশত এইপৰ্যন্ত ১৩,৬১৫ গৰাকী লোকৰ দেহত পোৱা গৈছে কোভিড-১৯ৰ উপস্থিতি । ইয়াৰে ৪,৯৪৮ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৮,২৬৮ গৰাকী ৰোগীয়ে ।

Uttar Pradesh
COVID-19: Over 16 lakh migrant workers surveyed in Uttar Pradesh
author img

By

Published : Jun 16, 2020, 12:03 AM IST

নিউজ ডেস্ক, ১৫ জুনঃ উত্তৰ প্ৰদেশৰ নিজ ৰাজ্যলৈ উভতি অহা প্ৰায় ১৬,৪৬,৩১২ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সমীক্ষা চলাইছে আশা কৰ্মীয়ে । ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিব অমিত মোহন প্ৰসাদে সোমবাৰে প্ৰকাশ কৰে এই তথ্য ।

প্ৰায় ১৬,৪৬,৩১২ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভিতৰত ১,৪৫৫ গৰাকী শ্ৰমিকৰ দেহত পোৱা গৈছে কোভিড-১৯ৰ লক্ষণ । উত্তৰ প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত ৰাজ্যখনত ১৩,৬১৫ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । ইয়াৰে ৪,৯৪৮ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৮,২৬৮ গৰাকী লোকে । আনহাতে, ৰাজ্যখনত এই মহামাৰীত মৃত্যুমুখত পৰিছে ৩৯৯ গৰাকী ৰোগী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.