ETV Bharat / bharat

3 মে'ৰ পাচত ৰাষ্ট্ৰজোৰা লক ডাউন বৃদ্ধিৰ দাবী ৰাজ্যসমূহৰ - 3 মে'ৰ পাচত ৰাষ্ট্ৰজোৰা লক ডাউন বৃদ্ধিৰ দাবী ৰাজ্যসমূহৰ

3 মেৰ পাচত লক ডাউন বৃদ্ধিৰ দাবী ৰাজ্যসমূহৰ ৷ বৰ্তমানলৈকে দেশত মৃত্যুৰ সংখ্যা 872 ৷

বৰ্তমানলৈকে দেশত মৃত্যুৰ সংখ্যা 872
3 মে'ৰ পাচত লকডাউন বৃদ্ধিৰ দাবী ৰাজ্যসমূহৰ
author img

By

Published : Apr 27, 2020, 7:24 PM IST

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল : যোৱা 24 ঘন্টাত নতুনকৈ COVID-19ত 1,396 জন আক্ৰান্ত হোৱাৰ লগতে বৰ্তমানলৈকে আক্ৰান্তৰ মুঠ সংখ্যা 27,892 লৈ বৃদ্ধি পালে ৷ আনহাতে, যোৱা 24 ঘন্টাত নতুনকৈ 48 জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ ফলত মৃত্যুৰ সংখ্যা 872 লৈ বৃদ্ধি পাইছে ৷

বৰ্তমানলৈকে দেশত মৃত্যুৰ সংখ্যা 872
3 মে'ৰ পাচত ৰাষ্ট্ৰজোৰা লকডাউন বৃদ্ধিৰ দাবী ৰাজ্যসমূহৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে,কৰ'ণা ভাইৰাছৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷ বৰ্তমানলৈকে 8,068 লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 342 জনৰ ৷ মহাৰাষ্ট্ৰৰ পাচতে আছে গুজৰাট ৷ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 3,301 জন হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে 151 জনৰ ৷ ইয়াৰ পাচতে আছে দেশৰ ৰাজধানী দিল্লী ৷ 2,918 জন আক্ৰান্তৰ বিপৰীতে মৃত্যু হৈছে 54 জনৰ ৷

তামিলনাডুত আক্ৰান্তৰ সংখ্যা 1,885 হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে 24 জনৰ ৷ ৰাজস্থানত আক্ৰান্তৰ সংখ্যা 2,185 হোৱাৰ বিপৰীতে মৃত্যু হৈছে 33 জনৰ ৷ মধ্যপ্ৰদেশত আক্ৰান্তৰ সংখ্যা 2,096 আৰু মৃত লোকৰ সংখ্যা 103 জন ৷ উত্তৰ প্ৰদেশত আক্ৰান্ত ৰোগীৰ সংখ্য়া 1,868 জন হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে 29 জনৰ ৷ আনহাতে, দেশৰ প্ৰথমজন COVID-19 ৰোগী ধৰা পৰা ৰাজ্য কেৰালাত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 458 জন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.