ETV Bharat / bharat

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 20 লাখৰো অধিক

author img

By

Published : Aug 7, 2020, 12:26 PM IST

ভাৰতত শুকুৰবাৰ পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 20,25,409 গৰাকীৰো অধিক ৷ covid19india.org ত প্ৰকাশ পাইছে এই তথ্য ৷

কৰ'ণা ভাইৰাছ
ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 20 লাখৰো অধিক

নিউজ ডেস্ক,7 আগষ্টঃ শুকুৰবাৰ পৰ্যন্ত দেশজুৰি মহামাৰী কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে 20,25,409 গৰাকীৰো অধিক লোক ৷ Covid19india.org ত প্ৰকাশ পাইছে এই তথ্য ৷ কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত তৃতীয় শীৰ্ষত থকা ভাৰতত এনেদৰে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থাকিলে শীঘ্ৰে ব্ৰাজিলক চেৰ পেলাই দ্বিতীয় স্থানত থাকিব বুলিও তথ্যত সদৰি কৰে ৷

আনহাতে,এই মাৰাত্মক ভাইৰাছ সৰ্বাধিক আক্ৰান্ত হৈছে ভাৰতৰ 6 খন ৰাজ্য ৷ এই 6 খন ৰাজ্যকেইখনৰ ভিতৰত মহাৰাষ্ট্ৰত সকলোতকৈ আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বুলি সদৰি কৰে ৷ তাৰোপৰি কৰ'ণাত ক্ষতিগ্ৰস্থ বাকী 5খন ৰাজ্য হৈছে তামিলনাডু,অন্ধ্ৰ প্ৰদেশ,কৰ্ণাটক,দিল্লী আৰু উত্তৰ প্ৰদেশ ৷

কৰ'ণা ক্ষতিগ্ৰস্তৰ ভিতৰত শীৰ্ষত থকা মহাৰাষ্ট্ৰত বৰ্তমান পৰ্যন্ত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে মুঠ 4.5 লাখ লোক ৷ আনহাতে,মৃত্যু হৈছে মুঠ 16000 হাজাৰ ৷ দ্বিতীয় শীৰ্ষত থকা তামিলনাডুত কৰ'ণাত আক্ৰান্ত হৈছে 2.5 লাখ আৰু মৃত্যু হৈছে 4,461 গৰাকী লোকৰ ৷

লগতে পঢ়কঃ শিলচৰত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ পাঁচ মহীয়া শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.