ETV Bharat / bharat

ভাৰতত কৰ’ণা আক্ৰান্ত ৰাজ্যৰ শেহতীয়া তথ্য - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 79,09,959 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 71 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

COVID-19 India tracker: State-wise report
কৰ’ণা আক্ৰান্ত ৰাজ্যৰ তালিকা
author img

By

Published : Oct 26, 2020, 2:22 PM IST

নতুন দিল্লী,26 অক্টোবৰ: ভাৰতত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 79,09,959 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 71 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,19,014 গৰাকীয়ে ৷ সম্প্ৰতি 6,53,717 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

COVID-19 India tracker: State-wise report
কৰ’ণা আক্ৰান্ত ৰাজ্যৰ তালিকা

ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 16,45,020 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 43,264 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,41,001 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 14,60,755 গৰাকী ব্যক্তিয়ে ৷

লগতে চাওকঃ মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.