ETV Bharat / bharat

ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য - ভাৰতত বৰ্তমানলৈকে COVID19 ত আক্ৰান্ত

ভাৰতত বৰ্তমানলৈকে COVID19 ত আক্ৰান্ত হৈছে 4421 গৰাকী লোক ৷ ইয়াৰে 114 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 325 গৰাকী লোকে ৷

State-wise report
State-wise report
author img

By

Published : Apr 7, 2020, 12:48 PM IST

নিউজ ডেস্ক, 7 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত 7 এপ্ৰিলৰ পুৱা 9 বজালৈকে COVID19 আক্ৰান্ত হৈছে 4421 গৰাকী লোক ৷ ইয়াৰে 114 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 325 গৰাকী লোকে ৷ ভাৰতৰ সৰ্বাধিক কৰ'ণা আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷ প্ৰায় 748 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ তামিলনাডুত আক্ৰান্তৰ সংখ্যা 621 গৰাকী ৷

COVID-19 India tracker: State-wise report
ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য

লগতে পঢ়ক : বিধায়ক আমিনুল ইছলামক সোধ পোছ অব্যাহত নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.