ETV Bharat / bharat

ভাৰত-চীন সীমান্তত উদ্বিগ্নতা সম্পৰ্কত কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ - অধিৰ ৰঞ্জন চৌধুৰী

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত-চীন সীমান্তৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত সংসদত শাসনাধীষ্ঠ বিজেপি দলক উভতি ধৰিছে কংগ্ৰেছ দলে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত সীমান্ত সম্পৰ্কত এক মন্তব্য কৰাৰ পাচতে বিজেপি দলক আক্ৰমণ কৰে কংগ্ৰেছে ৷

লোকসভা কক্ষৰ বাহিৰত প্ৰতিবাদ কংগ্ৰেছৰ
ভাৰত-চীন সীমান্তত উদ্বিগ্নতা সম্পৰ্কত কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ
author img

By

Published : Sep 15, 2020, 10:20 PM IST

নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ : প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত-চীন সীমান্তৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত সংসদত শাসনাধীষ্ঠ বিজেপি দলক উভতি ধৰিছে কংগ্ৰেছ দলে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত সীমান্ত সম্পৰ্কত এক মন্তব্য কৰাৰ পাচতে বিজেপি দলক আক্ৰমণ কৰে কংগ্ৰেছে ৷ কংগ্ৰেছে মন্তব্য কৰে যে, ভাৰত-চীন সীমান্ত সম্পৰ্কত প্ৰশ্ন কৰাত বিৰোধী দলক বাকৰুদ্ধ কৰিবলৈ কেন্দ্ৰই চেষ্টা চলাইছে ৷

  • रक्षामंत्री के बयान से साफ़ है कि मोदी जी ने देश को चीनी अतिक्रमण पर गुमराह किया।

    हमारा देश हमेशा से भारतीय सेना के साथ खड़ा था, है और रहेगा।

    लेकिन मोदी जी,
    आप कब चीन के ख़िलाफ़ खड़े होंगे?
    चीन से हमारे देश की ज़मीन कब वापस लेंगे?

    चीन का नाम लेने से डरो मत।

    — Rahul Gandhi (@RahulGandhi) September 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মঙলাবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুপস্থিতি সম্পৰ্কতো প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ হিন্দী ভাষাত টুইটাৰৰ জৰিয়তে ৰাহুলে লিখে, "প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্যৰ পৰা এই কথা স্পষ্ট যে, চীনৰ বেদখল সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক ভুল তথ্য প্ৰদান কৰিছে ৷ আমাৰ দেশ সদায়ে ভাৰতীয় সেনাৰ সৈতে থিয় দি আছে আৰু থাকিব ৷ কিন্তু প্ৰধানমন্ত্ৰী মোডী আপুনি কেতিয়া চীনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব ? কেতিয়া চীনৰ পৰা আমাৰ মাটি উভতাই আনিব ?"

  • Another question: since the Defence Minister says that both countries have now agreed in talks to respect theLAC, but separately says the two countries have differing perceptions of where LAC lies,isn‘t that a recipe for another clash? Shouldn’t we just insist on status quo ante?

    — Shashi Tharoor (@ShashiTharoor) September 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰত-চীন সীমান্ত সম্পৰ্কীয় প্ৰশ্ন নাকচ কৰা বাবে কংগ্ৰেছৰ সাংসদসকলে লোকসভা কক্ষৰ পৰা ওলাই আহি এক প্ৰতিবাদো সাব্যস্ত কৰে ৷ বিৰোধী দলটোৱে কয় যে, চৰকাৰে কঠিন প্ৰশ্নৰ পৰা নিজকে আঁতৰাই ৰাখিছে ৷

সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে কয়, "1962 ৰ যুদ্ধৰ সময়ত ভাৰত-চীন সীমান্ত বিবাদ সম্পৰ্কত অটল বিহাৰী বাজপেয়ীয়ে প্ৰশ্ন উত্থাপন কৰাত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুয়ে সংসদত দুদিনীয়া আলোচনাৰ আয়োজন কৰিবলৈ সন্মতি প্ৰদান কৰিছিল ৷"

কংগ্ৰেছৰ উপ-নেতা গৌৰৱ গগৈয়ে লোকসভাত কয়, "আজি আমি এক প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিছো ৷ ভাৰতীয় সেনাৰ সমৰ্থনত আমাৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল যদিও তেওঁৰ আহ্বানক নুই কৰা হয় ৷ কিন্তু চৰকাৰে ভাবে যে, তেওঁলোকেহে ভাৰতীয় সেনাৰ সমৰ্থনত থিয় দিয়ে ৷"

কংগ্ৰেছ সাংসদ শশী থাৰুৰে কেন্দ্ৰক আক্ৰমণ কৰি টুইটাৰৰ জৰিয়তে কয়, "আন এক প্ৰশ্ন, LAC সম্পৰ্কত দুয়ো দেশে বৈঠকত মিলিত হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰীয়ে মন্তব্য কৰিছিল ৷ কিন্তু পৃথকে তেওঁ এয়াও মন্তব্য কৰিছিল যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা সন্দৰ্ভত দুয়ো দেশৰ দৃষ্টিভংগী পৃথক ৷ এয়া অন্য এক সংঘৰ্ষৰ আৰম্ভণি নহয়নে ?"

লগতে পঢ়ক : অবধ আসাম এক্সপ্ৰেছত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 6 শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.