নিউজ ডেস্ক, 25 মে' : লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাচত ৰাহুল গান্ধীৰ পদত্যাগৰ সিদ্ধান্ত ৷ নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শনিবাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ৰাহুল গান্ধীয়ে৷ অৱশ্যে কংগ্ৰেছৰ কাৰ্যকৰী সমিতি (CWC) এ নাকচ কৰে ৰাহুলৰ পদত্যাগৰ সিদ্ধান্তক৷
শনিবাৰে ৰাজধানী দিল্লীত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ এক বৈঠকত ৰাহুলে গ্ৰহণ কৰিছিল পদত্যাগৰ সিদ্ধান্ত ৷ বৈঠকত উপস্থিত থাকে ইউ পি এৰ অধ্যক্ষা ছোনীয়া গান্ধী, মনমোহন সিং, পি চিদাম্বৰমক আদিকে ধৰি ভালেকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতা৷
পদত্যাগ কৰিব নেকি ৰাহুল গান্ধীয়ে? - rahul gandhi's resignation
নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শনিবাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ৰাহুল গান্ধীয়ে৷ অৱশ্যে কংগ্ৰেছৰ কাৰ্যকৰী সমিতি (CWC) এ নাকচ কৰে ৰাহুলৰ পদত্যাগৰ সিদ্ধান্তক৷
নিউজ ডেস্ক, 25 মে' : লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাচত ৰাহুল গান্ধীৰ পদত্যাগৰ সিদ্ধান্ত ৷ নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শনিবাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ৰাহুল গান্ধীয়ে৷ অৱশ্যে কংগ্ৰেছৰ কাৰ্যকৰী সমিতি (CWC) এ নাকচ কৰে ৰাহুলৰ পদত্যাগৰ সিদ্ধান্তক৷
শনিবাৰে ৰাজধানী দিল্লীত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ এক বৈঠকত ৰাহুলে গ্ৰহণ কৰিছিল পদত্যাগৰ সিদ্ধান্ত ৷ বৈঠকত উপস্থিত থাকে ইউ পি এৰ অধ্যক্ষা ছোনীয়া গান্ধী, মনমোহন সিং, পি চিদাম্বৰমক আদিকে ধৰি ভালেকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতা৷
নিৰ্বাচনত পৰাজয় হৈ পদত্যাগৰ সিদ্ধান্ত ৰাহুল গান্ধীৰ
কংগ্ৰেছৰ কাৰ্যকৰী সমিতি (CWC) এ নাকচ কৰে ৰাহুলৰ পদত্যাগৰ সিদ্ধান্তক৷
নিউজ ডেস্ক, 25 মে' : লোকসভা নিৰ্বাচনত চৰম পৰাজয়ৰ পাচত ৰাহুল গান্ধীৰ পদত্যাগৰ সিদ্ধান্ত৷ নিৰ্বাচনত পৰ্যায়ত কাৰণ মূৰ পাতি লৈ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শনিবাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ৰাহুল গান্ধীয়ে৷ অৱশ্যে কংগ্ৰেছৰ কাৰ্যকৰী সমিতি (CWC) এ নাকচ কৰে ৰাহুলৰ পদত্যাগৰ সিদ্ধান্তক৷
শনিবাৰে ৰাজধানী দিল্লীত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ এক বৈঠকত ৰাহুলে গ্ৰহণ কৰিছিল নিজৰ পদত্যাগৰ সিদ্ধান্ত৷ বৈঠকত উপস্থিত থাকে ইউ পি এৰ অধ্যক্ষা ছোনীয়া গান্ধী, মনমোহন সিং, পি চিদাম্বৰক আদিকে ধৰি ভালেকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতা৷