ETV Bharat / bharat

মমতা বেনাৰ্জীক কটাক্ষ পশ্চিম বংগৰ বিজেপি প্ৰধান দিলীপ ঘোষৰ - হিন্দু শৰনাৰ্থী

নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বা তৃণমূল কংগ্ৰেছ দলে কোনো পদক্ষেপ ল'ব নোৱাৰে : দিলীপ ঘোষ ৷

মমতা বেনাৰ্জীক কটাক্ষ
মমতা বেনাৰ্জীক কটাক্ষ
author img

By

Published : Dec 14, 2019, 11:48 AM IST

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ: শুকুৰবাৰে পশ্চিম বংগৰ বিজেপি প্ৰধান দিলীপ ঘোষে কয় যে, নাগৰিকত্ব সংশোধনী আইন পশ্চিম বংগত বলবৎ কৰা হ'ব ৷ এই ক্ষেত্ৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বা তৃণমূল কংগ্ৰেছ দলে কোনো পদক্ষেপ ল'ব নোৱাৰে ৷ এই আইন বলবৎ হোৱাৰ ক্ষেত্ৰত পশ্চিম বংগই হ'ব প্ৰথমখন ৰাজ্য ৷

'ইয়াৰ পূৰ্বেও মমতা বেনাৰ্জীয়ে 370 ধাৰা আৰু বিমুদ্ৰাকৰণৰো বিৰোধিতা কৰিছিল, কিন্তু কেন্দ্ৰ চৰকাৰক তেওঁ ৰখাব নোৱাৰিলে ৷ এইবাৰো ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হ'ব' বুলি কয় বিজেপি প্ৰধান গৰাকীয়ে ৷

মমতা বেনাৰ্জীয়ে অনুপ্ৰৱেশকাৰী সকলক লৈ চিন্তিত, কিন্তু সেই হিন্দু শৰনাৰ্থী সকলৰ প্ৰতি নহয় যিসকলে যোৱা বহু দশকৰ পৰাই এই আইনখনৰ অপেক্ষাত আছিল ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়ৱাৰ্গিয়ায়ো এই আইনৰ বিষয়ে মমতা বেনাৰ্জীয়ে ৰাইজক ভূল তথ্য দিয়া বুলি সমালোচনা কৰে ৷ তেওঁ কয়, মমতা বেনাৰ্জীয়ে কিয় পশ্চিম বংগৰ প্ৰতিবাদৰ আঁৰত থকা অনুপ্ৰৱেশকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা নলয়? তেওঁ জনতাক আইন হাতত তুলি লোৱাৰ দিশে প্ৰৰোচিত কৰি আছে ৷ যদি তেওঁ অনুপ্ৰৱেশকাৰী সকলৰ বাবে চিন্তিত, তেন্তে হিন্দু শৰনাৰ্থী সকলৰ বাবে তেওঁ কিয় চিন্তিত নহয়?

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শুকুৰবাৰে একাংশ প্ৰতিবাদকাৰীয়ে বিভিন্ন হিংসাত্মক পদক্ষেপ লয় ৷ ৰে'লৱে ষ্টেচনত অগ্নকাণ্ডৰ ঘটনাও সংঘটিত কৰে আন্দোলনকাৰী সকলে ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি মুৰ্ছিদাবাদ, বীৰভূম, বৰ্দৱান উত্তৰ বংগ, হাওৰা আদিৰ কিছু ঠাইত ৰাইজে আদি পুৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে কলিকতাতো শ শ প্ৰতিবাদকাৰীয়ে নতুন আইন খনৰ বিৰোধিতা কৰে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান আৰু টায়াৰ জ্বলাই পৰিৱেশ উত্তপ্ত কৰি তোলে ৷

লগতে পঢ়ক: লুপ্তপ্ৰায় মেগনা কাৰ্টা আইন

ZCZC
PRI GEN NAT
.KOLKATA CAL54
WB-CITIZENSHIP-BJP
Citizenship Act will be implemented in West Bengal, Mamata can't stop it: Dilip Ghosh
         Kolkata, Dec 13 (PTI) West Bengal BJP chief Dilip Ghosh on Friday said the Citizenship Amendment Act will be implemented in the state and neither Chief Minister Mamata Banerjee nor her party, Trinamool Congress, will be able to stop it.
         West Bengal will be the first state where the Act will be implemented, he said.
         The BJP leader's remarks came after Banerjee, one of the most vocal opponents of the amended Citizenship Act, said at a press conference that she will not allow the new law to be implemented in her state "under any circumstances".
         "Earlier she had opposed the abrogation of Article 370, demonetisation, but that didn't stop the Union government from implementing it. In this case too, the new Citizenship Act would be implemented in the state," Ghosh said.
         "Bengal, for that matter, would be the first state where it would be implemented," he added.
         Ghosh said Banerjee should come clean on why she is opposing it.
         "Is it because she is afraid of losing her vote bank in the state? Let us make one thing very clear, the Citizenship Act would be implemented in the state, neither Banerjee nor her party would be able to stop it," he said.
         She is bothered about infiltrators but not about Hindu refugees who have been looking forward to this law for the last several decades, he claimed.
         Banerjee had said the BJP will not be able to bulldoze the states to enact the new law. The chief minister also announced a series of protests next week, saying she would hit the streets seeking revocation of the "draconian" Act.
         BJP national general secretary Kailash Vijayvargiya also attacked Banerjee, accusing her of "fuelling protests" in Bengal against the new Act by spreading misinformation.
         "Why is Mamata Banerjee not taking action against the infiltrators who are behind the protests in Bengal? She is instigating masses to take law into their hands. If she is so concerned about the infiltrators, why doesn't she say anything about Hindu refugees," he asked.
         Protests demanding immediate revocation of the amended Citizenship Act reached the shores of West Bengal on Friday, with agitators resorting to violence and arson at railway stations and thoroughfares across the state.
         According to police sources, people in the minority-dominated districts of rural Howrah, Murshidabad, Birbhum, parts of Burdwan and North Bengal hit the streets this morning, raising slogans against the Prime Minister Narendra Modi-led government.
         In Kolkata, hundreds of protesters gathered at the Park Circus seven-point crossing, seeking the revocation of the law. They raised anti-government slogans and burnt tyres on the thoroughfare, leading to traffic congestions in the southern and the central parts of the city.
         President Ram Nath Kovind on Thursday night gave his assent to the Citizenship (Amendment) Bill, 2019, turning it into an Act.
         According to the amended Act, non-Muslim refugees, who escaped religious persecution in Pakistan, Bangladesh and Afghanistan and moved to India before December 31, 2014, will be granted Indian citizenship. PTI PNT NN
DIV
DIV
12132354
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.