ETV Bharat / bharat

যীশুখ্ৰীষ্টৰ চিন্তাধাৰাই অনুপ্ৰাণিত কৰে বিশ্বৰ বহু লোকক:নৰেন্দ্ৰ মোডী

পৱিত্ৰ বৰদিন উপলক্ষে দেশবাসীক টুইটাৰ যোগে শুভেচ্ছা জ্ঞাপন কৰে নৰেন্দ্ৰ মোডীয়ে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও দেশবাসীক এই দিৱসৰ শুভেচ্ছা দিয়ে ৷

author img

By

Published : Dec 25, 2019, 1:24 PM IST

যীশুখ্ৰীষ্টৰ চিন্তাধাৰাই অনুপ্ৰাণিত কৰে বিশ্বৰ বহু লোকক: নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 25 ডিচেম্বৰ: আজি পবিত্ৰ বৰদিন৷ বৰদিন উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে যীশুখ্ৰীষ্টৰ মহান চিন্তাধাৰাক সোঁৱৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ যীশুখ্ৰীষ্টৰ চিন্তাধাৰাই বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰাৰ কথাও টুইটাৰযোগে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে৷

Etv Bharat Assam

'মেৰী খ্ৰীষ্টমাছ ! মানৱ সমাজৰ দুখ-বেদনা দুৰ কৰাৰ অৰ্থে সেৱা আৰু কৰুণাৰ ভাৱক প্ৰতীক হিচাপে লৈ যিদৰে যীশু খ্ৰীষ্টই তেওঁৰ সমগ্ৰ জীৱন সমৰ্পিত কৰিলে, তেওঁৰ সেই ত্যাগক আমি সদায় মনত ৰাখিব লাগে ৷ তেওঁৰ মহান চিন্তাধাৰাক বিশ্বৰ বহুতো লোকে অনুপ্ৰেৰণা হিচাপে লয় বুলিও টুইটাৰ যোগে উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

  • Merry Christmas!

    We remember, with immense joy, the noble thoughts of Jesus Christ. He epitomised spirit of service and compassion, devoting his life towards alleviating human suffering.

    His teachings inspire millions across the world.

    — Narendra Modi (@narendramodi) December 25, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰত্যেক বছৰে 25 ডিচেম্বৰ তাৰিখতো খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশুখীষ্টৰ জন্মদিন উপলক্ষে 'বৰদিন' হিচাপে পালন কৰা হয়৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে আন আন ধৰ্মৰ লোকসকলেও সমগ্ৰ বিশ্বজুৰি এই দিনটো উলহ-মালহেৰে পালন কৰে ৷ এই দিৱস উপলক্ষে শান্তিৰ বাৰ্তা বিয়পোৱাৰ উদ্দেশ্যে ইজনে-সিজনক উপহাৰ প্ৰদান কৰে ৷

  • Merry Christmas. May God shower his choicest blessings on all. May there be peace, love and happiness everywhere

    — Arvind Kejriwal (@ArvindKejriwal) December 25, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে 25 ডিচেম্বৰ তাৰিখতো ভাৰতৰ প্ৰাত্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে সু-শাসন দিৱস হিচাপেও পালন কৰে ৷

লগতে চাওকঃঅখিল গগৈ, শিংখল চলিহাৰ মুক্তিৰ দাবীত উত্তাল যোৰহাট আৰু তিনিচুকীয়া

Intro:Body:

Christ's teachings inspire millions across world: Modi

New Delhi, Dec 25 (IANS) Prime Minister Narendra Modi on Wednesday greeted the people on Christmas, saying the teachings of Jesus Christ inspire millions across the world.

He said it is a day to remember Christ with immense joy.

"Merry Christmas! We remember, with immense joy, the noble thoughts of Jesus Christ. He epitomised spirit of service and compassion, devoting his life towards alleviating human suffering. His teachings inspire millions across the world," Modi tweeted.

Delhi Chief Minister Arvind Kejriwal also wished for peace for all.

"Merry Christmas. May God shower his choicest blessings on all. May there be peace, love and happiness everywhere," Kejriwal tweeted..

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.