ETV Bharat / bharat

চীন-ভাৰতৰ সংঘৰ্ষত তীব্বতৰ প্ৰতিক্ৰিয়া - সীমিন্ত

লাডাখত ভাৰত-চীন সীমান্তত দুই দেশৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা নিহত হৈছে ৷ আনহাতে, চীনৰ সংবাদ প্ৰতিষ্ঠান এ এন আই-এ প্ৰকাশ কৰা অনুসৰি,সংঘৰ্ষৰ ফলত ৪৩ জন চীনা সৈনিক নিহত বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰিছে ৷ চীন-ভাৰতৰ এই সংঘাতৰ বাবে বৰ্তমান তীব্বতেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

china-should-respect-territorial-sovereignty-of-india
চীন-ভাৰতৰ সংঘৰ্ষত তীব্বতৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jun 19, 2020, 9:29 PM IST

নিউজ ডেস্ক, ১৯ জুন : লাডাখত ভাৰত-চীন সীমান্তত দুই দেশৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা নিহত হৈছে ৷ আনহাতে,চীনৰ সংবাদ প্ৰতিষ্ঠান এ এন আই-এ প্ৰকাশ কৰা অনুসৰি, সংঘৰ্ষৰ ফলত ৪৩ জন চীনা সৈনিক নিহত বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰিছে ৷ অৱশ্যে সেনাই এই বিষয়ে বিতং তথ্য সদৰী কৰা নাই ৷

চীন-ভাৰতৰ সংঘৰ্ষত তীব্বতৰ প্ৰতিক্ৰিয়া

উল্লেখযোগ্য যে,ভাৰত-চীনৰ মাজত ভয়ংকৰ যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৪ দশকৰ পাছত সীমান্তত দুই দেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে ৷ চীন-ভাৰতৰ এই সংঘাতৰ বাবে বৰ্তমান তীব্বতেও প্ৰতিক্ৰীয়া ব্যক্ত কৰিছে ।

china-should-respect-territorial-sovereignty-of-india
চীন-ভাৰতৰ সংঘৰ্ষত তীব্বতৰ প্ৰতিক্ৰিয়া

তিব্বতৰ প্ৰধানমন্ত্ৰী লোবসাংগা চাংগেই মন্তব্য প্ৰদান কৰি জনাই যে,চীনে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনোৱা উচিত আৰু এই সংকটৰ সময়ত নতুন দিল্লীৰ সৈতে আলোচনা কৰা উচিত ।

লগতে পঢ়ক : শিৱসাগৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ গাদীক লৈ শীতল যুদ্ধ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.