ETV Bharat / bharat

ছত্তিশগড়ত পুনৰ বনৰীয়া হাতীৰ মৃত্যু

বৃহস্পতিবাৰে ছত্তিশগড়ৰ সুৰগুজা বনাঞ্চলিক অঞ্চলত পুনৰ বনৰীয়া হাতী এটা বন বিভাগে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বিষাক্ত খাদ্য সেৱন কৰাৰ বাবে মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ ।

author img

By

Published : Jun 11, 2020, 6:15 PM IST

chhattisgarh-another-wild-elephant-found-dead-in-surguja

নিউজ ডেস্ক, ১১ জুন : লক ডাউনৰ মাজতে বৃহস্পতিবাৰে ছত্তিশগড়ৰ সুৰগুজা বনাঞ্চলিক অঞ্চলত পুনৰ বনৰীয়া হাতী এটা বন বিভাগে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ছত্তিছগড়ত পুনৰ বনৰীয়া হাতীৰ মৃত্যু

বন বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি, ৯ আৰু ১০ জুন তাৰিখে সুৰজপুৰ জিলাৰ প্ৰতাপপুৰ বনাঞ্চলিক অঞ্চলত দুটা মৃত হাতী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । যাৰ মাজৰ এগৰাকী গৰ্ভৱতী হাতী আছিল । অতিৰিক্ত মুখ্য বন সংৰক্ষক অৰুণ কুমাৰ পাণ্ডে জনোৱা অনুসৰি,তিনিওটা মৃত হাতীৰ মৃত্যুৰ কাৰণ একেটা । সম্ভৱত এটা গোটৰে সদস্য আছিল তিনিওজন ।

ইতিমধ্যে বৃহস্পতিবাৰে মৃত্যু হোৱা হাতীটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । কিন্তু প্ৰথম দুটা হাতীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃত্যু হোৱাৰ কাৰণ প্ৰাকৃতিক নহয় বুলি পোহৰলৈ আহিছে ।

প্ৰাপ্ত তথ্য অনুসৰি,হাতীকেইটা প্ৰতাপপুৰ বনাঞ্চলৰ পৰা গাঁও এখনৰ ফালে ৰাওনা হৈছিল আৰু গাঁওখনতে বিষাক্ত খাদ্য সেৱন কৰাৰ বাবে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । বন বিভাগৰ ফালৰ পৰা জনোৱা অনুসৰি,বৰ্তমানলৈ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বন বিভাগৰ ফালৰ পৰা গাঁওখনত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.