ETV Bharat / bharat

অবৈধভাবে সোণ সৰবৰাহৰ অভিযোগত দুই শুল্ক বিষয়াসহ আটক 7

author img

By

Published : Jan 29, 2021, 10:09 PM IST

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে শুকুৰবাৰে অবৈধভাবে সোণ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুই শুল্ক বিষয়াসহ সাতজন লোকক আটক কৰিছে ৷ আহমেদাবাদৰ শুল্ক বিভাগৰ মুখ্য সঞ্চালকৰ অভিযোগৰ ভিত্তিত লোক কেইজনক আটক কৰা হৈছে ৷

CBI books 2 superintendents of customs, five persons for smuggling gold
অবৈধভাবে সোণ সৰবৰাহৰ অভিযোগত দুই শুল্ক বিষয়াসহ আটক 7

নিউজ ডেস্ক, 29 জানুৱাৰী : অবৈধ ভাবে সোণ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে শুকুৰবাৰে শুল্ক বিভাগৰ দুগৰাকী অধীক্ষক আৰু অন্য পাঁচজন লোকক আটক কৰিছে ৷ শুল্ক বিষয়া তথা অন্য লোক কেইজনৰ বিৰুদ্ধে 2019 চনৰ জুন মাহত অবৈধভাৱে সোণ সৰবৰাহৰ অভিযোগৰ ভিত্তিত আটক কৰা হৈছে ৷

চিবিআইয়ে আটক কৰা শুল্ক বিভাগৰ বিষয়া দুজন ক্ৰমে সোমনাথ চৌধুৰী আৰু সুজিত কুমাৰ ৷ অন্য পাঁচজন লোক ক্ৰমে: ছাজাহান জাহাংগীৰ চৌধুৰী, ছাহিদুল জাহাংগীৰ চৌধুৰী, মোহাম্মদ চাৰফ্ৰাজ মনছুৰি, ছামিম আৰু মোহাম্মদ আজাম ৷ আহমেদাবাদৰ শুল্ক বিভাগৰ মুখ্য সঞ্চালকৰ অভিযোগৰ ভিত্তিত লোক কেইজনক আটক কৰা হৈছে ৷

লগতে পঢ়ক: দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বিস্ফোৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.