নিউজ ডেস্ক, 21 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে দেশৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা জনসাধাৰণক বিচলিত কৰাৰ এক মাধ্যম, তাৰবাদে একো নহয় ৷ বৰ্তমানৰ শাসনাধীস্থ চৰকাৰখনক এইদৰে সমালোচনা কৰে জাতীয় কংগ্ৰেছৰ সভাপতি শাৰদ পাৱাৰে ৷ কেৱল সংখ্যালঘুৱেই নহয় দেশৰ একতা আৰু উন্নয়নক লৈ যিসকল লোক চিন্তিত সেইসকল লোকো বৰ্তমান কেৱল নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰোধীতাত ব্যস্ত ৷ লগতে এই আইনখনে দেশৰ শান্তি আৰু ঐক্যক বহু পৰিমাণে ক্ষতি কৰিব বুলিও প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷
নাগৰিকত্ব সংশোধনী আইনে জনতাক বিচলিত কৰিছে:শৰদ পাৱাৰ কেৱল পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ প্ৰবাসীক নাগৰিকত্ব প্ৰদান কৰা হৈছ ? শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ লোকসকলক কিয় দিয়া নাই বুলি প্ৰশ্ন উত্থাপিত কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷ বিহাৰৰ লগতে বিজেপি শাসনাধীস্থ 8 খন ৰাজ্যই এই আইনখন প্ৰত্যাখ্যান কৰিছে আৰু মহাৰাষ্ট্ৰইও ইয়াত সমৰ্থন জনাব লাগে বুলিও প্ৰকাশ কৰে শাৰদ পাৱাৰে ৷
নাগৰিকত্ব সংশোধনী আইনখন এখন কেন্দ্ৰীয় আইন, কিন্তু ৰাজ্যিক সংস্থাসমূহৰ দ্বাৰাহে ইয়াৰ কাৰ্যকৰীকৰণ কৰা হ'ব ৷ কিন্তু আইনখন কাৰ্যকৰী কৰিবলৈ ৰাজ্যত তেনেধৰণৰ ব্যৱস্থাপনা আছেনে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
Intro:Body:
CAA, NRC ploys to divert attention from serious issues: Pawar
Pune, Dec 21 (PTI) NCP president Sharad Pawar slammed the NDA government on Saturday, saying the Citizenship (Amendment) Act and the proposed National Register of Citizens were "ploys to divert" attention from serious issues plaguing the country.
"CAA and NRC are ploys to divert people's attention from serious issues that the country is facing," he told reporters here.
"Not just minorities, but those who care for the country's unity and progress are opposing CAA and NRC. The new citizenship law will disturb and hurt religious and social unity and harmony of the country," he said.
He questioned why only migrants from Pakistan, Bangladesh and Afghanistan will be given citizenship under the amended law and not the Sri Lankan Tamils.
Eight states, including Bihar, ruled by an NDA ally, have refused to implement the law and Maharashtra should also take a similar stand, Pawar said in response to a query.
"The CAA may be a central act, but the implementation will be done by the state agencies. But do the states have resources and machinery to do so," he asked.
The former Union minister also sought an SIT probe, headed by a retired judge, into Pune police's action against activists in the Elgar Parishad case.
Conclusion: