ETV Bharat / bharat

দেশৰ সাধাৰণ বাজেট 1 ফেব্ৰুৱাৰীত দাখিল হোৱাৰ সম্ভাৱনা - ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী

ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ‘সংসদৰ পৰম্পৰা অব্যাহত থাকিব’ ৷ আনহাতে 2020 ৰ 1 ফেব্ৰুৱাৰী শণিবাৰ সাধাৰণতে বন্ধৰ দিন কিন্তু সেইদিনাই সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক ৷

Budget likely on Feb 1
দেশৰ সাধাৰণ বাজেট 1 ফেব্ৰুৱাৰীত দাখিল হোৱাৰ সম্ভাৱনা
author img

By

Published : Dec 14, 2019, 1:33 AM IST

নতুন দিল্লী, 13 ডিচেম্বৰঃ সাধাৰণ বাজেট 2020-21 সম্ভৱত অহা 1 ফেব্ৰুৱাৰী আৰু অৰ্থনৈতিক সমীক্ষা 31 জানুৱাৰীত হোৱাৰ সম্ভাৱনা আছে বুলি বিত্ত মন্ত্ৰালয়ৰ এক বিশেষ সূত্ৰৰ পৰা জানিব কৰা গৈছে ৷

8 জুলাই 2019 চনৰ এক অৰ্থনৈতিক সমীক্ষা মতে, সাধাৰণ বাজেট দাখিলৰ এদিন আগত অৰ্থাৎ 5 জুলাইত মোডী চৰকাৰে নিজৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম উদ্দেশ্য আছিল 2030 চনলৈ ভাৰতক ডলাৰ মূল্যত 10 ট্ৰিলিয়ন অৰ্থনীতিত পৰিণত কৰা ৷ ভাৰতে নিজৰ GDPৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বছৰি 7-8% হিচাপত ব্যয় কৰিলেহে এই ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা আছে ৷

2015-16ৰ পিচত প্ৰথমবাৰৰ বাবে বাজেট শণিবাৰে দাখিল কৰা হ’ব ৷

ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ‘সংসদৰ পৰম্পৰা অব্যাহত থাকিব’ ৷ আনহাতে 2020 ৰ 1 ফেব্ৰুৱাৰী শণিবাৰ সাধাৰণতে বন্ধৰ দিন কিন্তু সেইদিনাই সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক ৷

মোডী চৰকাৰৰ প্ৰথম কাৰ্যকালতে এই সিদ্ধান্ত লোৱা হৈছিল যে বাজেটৰ দিন শেষৰ কাৰ্যৰ দিনৰ পৰা প্ৰথম কাৰ্যৰ দিনত অনুষ্ঠিত হ’ব ৷ সেইমৰ্মে 2017-18 বাজেটে নিজৰ পৰম্পৰা ৰক্ষা কৰিছিল ৷

31 মাৰ্চত বিত্তীয় বৰ্ষৰ সামৰণিৰ বাবে ফেব্ৰুৱাৰী মাহতে বাজেট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷

আৰু পঢ়কঃ জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

Intro:Body:

Union Budget for 2020-21 may be presented on February 1. "Tradition will continue," Parliamentary Affairs Minister Prahlad Joshi said earlier on Friday when asked about whether the government would continue with the tradition of presenting the budget on the first day of February or will there be any change as the first day of February 2020 is Saturday, a non-working day.

New Delhi: Union Budget for 2020-21 may be presented on February 1 and the Economic Survey is likely to be on January 31, Finance Ministry sources said.

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.