নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ: সীমা সুৰক্ষা বলৰ জোৱানৰ গুলীত বৃহস্পতিবাৰে পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিহত হয় দুটা সন্ত্ৰাসবাদী । সীমা সুৰক্ষা বলৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য মতে,নিশা ২.৩০ বজাত আটাৰিত অস্ত্ৰধাৰী সন্ত্ৰাসবাদী ধৰাশায়ী হয় । সীমা সুৰক্ষা বলৰ জোৱানে তালাচী অভিযান চলোৱাৰ পিছতহে অধিক তথ্য জানিব পৰা যাব । ঘন কুঁৱলীৰ বাবে অঞ্চলটোত তালাচী অভিযান চলাব পৰা নাই জোৱানসকলে ।
লগতে পঢ়ক:শাসকৰ শোষণ বঞ্চনাই বজাইছে সাধাৰণ লোকৰ মৃত্যুৰ ঘন্টা