ETV Bharat / bharat

বিদেশলৈ ৰপ্তানিৰ বাবে সাজু ভাৰতৰ ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ: ডিআৰডিঅ' প্ৰধান - DRDO Chief G Satheesh Reddy

প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা ৰপ্তানি 5 মিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণাৰ পিচতে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ প্ৰধান জি সতীশ ৰেড্ডীয়ে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লক্ষ্নৌত হৈ থকা ডিফেন্স এক্সপ' 2020ত অংশগ্ৰহণ কৰি দেশৰ একমাত্ৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানটোৰ মুৰব্বীগৰাকীয়ে ৰাছিয়াৰ সহযোগত ভাৰতে নিৰ্মাণ কৰা ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ অন্য দেশলৈ ৰপ্তানিৰ বাবে সাজু আছে বুলি প্ৰকাশ কৰে ৷

BrahMos Missile ready for exports, many countries interested: DRDO Chief
বিদেশলৈ ৰপ্তানিৰ বাবে সাজু ভাৰতৰ ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ: ডিআৰডিঅ' প্ৰধান
author img

By

Published : Feb 6, 2020, 11:14 PM IST

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰীঃ দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বহুটো সামগ্ৰী ৰপ্তানিৰ বাবে সাজু বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ প্ৰধান জি সতীশ ৰেড্ডীয়ে ৷ উত্তৰ প্ৰদেশৰ লক্ষ্নৌ চহৰত হৈ থকা ডিফেন্স এক্সপ'ত সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত এই কথা প্ৰকাশ কৰিছে সংস্থাটোৰ প্ৰধানগৰাকীয়ে ৷

তেওঁ উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে, 5 মিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা ৰপ্তানি অৰ্জন কৰাটো কোনো ডাঙৰ কথা নহয়, ডিআৰডিঅ'ৱে এই বিষয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ এইক্ষেত্ৰত ব্ৰাহ্মোচ ক্ষেপনাস্ত্ৰ সকলোৰে আগত আছে আৰু বহুকেইখন দেশৰ পৰা এই ক্ষেপনাস্ত্ৰ প্ৰণালীৰ বিষয়ে আমালৈ প্ৰস্তাৱ আহিছে ৷ সেইসমূহ দেশৰ ভিতৰত ফিলিপাইনছ আৰু ভিয়েটনাম অন্যতম ৷ ইয়াৰ উপৰিও আমি ৰাডাৰ, টেংক বিৰোধী ক্ষেপনাস্ত্ৰ, ভূ-ভাগৰ পৰা আকাশলৈ প্ৰেৰণ কৰা ক্ষেপনাস্ত্ৰ আৰু বিভিন্ন ধৰণৰ টৰ্পেডো প্ৰণালীও আমি ৰপ্তানি কৰিব পৰাকৈ সাজু কৰিছো ৷

  • DRDO Chief G Satheesh Reddy: Target of USD 5 billion in defence exports in next 5 yrs is the direction given by PM & we all have to work towards meeting the target. I'm sure technologies&capabilities that have been developed over yrs&what it's today, we can definitely achieve it https://t.co/otmYrYIE23

    — ANI (@ANI) February 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌত অনুষ্ঠিত হৈ আছে চলিত বৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা অনুষ্ঠিত হোৱা ডিফেন্স এক্সপ' 2020 ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰধানগৰাকীয়ে ৷

Intro:slug: as_jania_6feb_mla_sherman_ali_vis1+pho1_story_asc10058Body:slug: as_jania_6feb_mla_sherman_ali_vis1+pho1_story_asc10058

VO: বাঘবৰত পুনৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ গুণ্ডাগিৰি। ঠিকাদাৰক খতম কৰি দিয়াৰ ভাবুকি। ৰাজহুৱা স্থানত জনীয়া সমষ্টিৰ অন্তৰ্গত চানমামা গাৱৰ শ্বাহজাহান আলী নামৰ এগৰাকী ঠিকাদাৰক বিধায়ক গৰাকীয়ে এইদৰে ভাবুকি দি কয় যে মোৰ বাঘবৰত টেণ্ডাৰ নিদিবা ঠিকাদাৰৰ জাত। তুমি বাঘবৰ ইন কৰিলে মানুহ হৈ নাথাকিবা। মই ৰাইজক অৰ্ডাৰ দিছো। তোমাক পিটি পানীৰ তলত পেলাব দিছো।
চৰকাৰ বাদ দিয়া মই হাতত ব্যৱস্থা লম। কুকুৰ ঠিকাদাৰ, একদম লথিয়াই খতম কৰি দিম বুলি ভাবুকি প্ৰদান কৰে।
Conclusion:slug: as_jania_6feb_mla_sherman_ali_vis1+pho1_story_asc10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.