ETV Bharat / bharat

বক্সিং খেলুৱৈসকলক পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ পৰামৰ্শ বিএফআইৰ - বক্সিং ফেজাৰেশ্বন অফ ইণ্ডিয়া

দেশৰ শীৰ্ষ বক্সিং খেলুৱৈসকলক অলিম্পিকৰ বাবে যোগ্য কৰি তুলিবলৈ পুনৰ প্ৰশিক্ষণৰ অনুমতি দিয়ে বক্সিং ফেজাৰেশ্বন অফ ইণ্ডিয়াই ।

Boxing Federation of India
Boxing Federation of India
author img

By

Published : Jul 4, 2020, 2:19 PM IST

নিউজ ডেস্ক, ৪ জুলাইঃ পাটিয়ালাৰ National Institute of Sport (NIS)ত পুনৰ বক্সিং প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছে Boxing Federation of India য়ে । বক্সিং ফেডাৰেশ্বন অফ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি,দেশৰ শীৰ্ষ বক্সিং খেলুৱৈসকলক অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ সঠিক ৰূপত প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে ।

Boxing Federation of India
বক্সিং খেলুৱৈসকলক পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ পৰামৰ্শ বিএফআইৰ

উল্লেখ্য যে, Boxing Federation of India য়ে প্ৰথমে বিগত ১০ জুনৰ পৰা NISক বক্সিঙৰ প্ৰশিক্ষণৰ আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল । কিন্তু এনআইএছয়ে প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে। তাৰ পাচতে একাংশ বক্সিং খুলুৱৈক কৰ্ণাটকৰ বেল্লাৰীৰ JSW's Inspire Institute of Sport লৈ প্ৰেৰণ কৰে বক্সিং ফেজাৰেশ্বন অফ ইণ্ডিয়াই ।

NIS

লগতে চাওকঃ সিন্ধু দৰ্শন পূজাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.