ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে বাহিৰৰ মানুহ আনি দিল্লীৰ জনসাধাৰণক অপমানিত কৰিছে : অৰবিন্দ কেজৰিৱাল - Bharatiya Janata Party

দিল্লীৰ নিৰ্বাচনত কেজৰিৱালক পৰাজয় কৰিবৰ বাবে বিজেপিয়ে 200 সাংসদ, 70 মন্ত্ৰী আৰু 11 মুখ্যমন্ত্ৰীক দিল্লীলৈ আনিছে, নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰীৰ ৷

BJP bringing in 'outsiders' for campaigning in Delhi polls: Kejriwal
নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে বাহিৰৰ মানুহ আনি দিল্লীৰ জনসাধাৰণক অপমানিত কৰিছে : অৰবিন্দ কেজৰিৱাল
author img

By

Published : Jan 28, 2020, 5:10 PM IST

নেশ্যনেল,28 জানুৱাৰী : দিল্লীত ফেব্ৰুৱাৰীত হ'ব লগা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে বাহিৰৰ পৰা মানুহ আনি দিল্লীৰ জনসাধাৰণক অপমান কৰিছে, এই অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ শনিবাৰে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, তেওঁক নিৰ্বাচনত পৰাজয় কৰিবৰ বাবে বিজেপিয়ে 200 সাংসদ, 70 মন্ত্ৰী আৰু 11 মুখ্যমন্ত্ৰীক দিল্লীলৈ আনিছে ৷ গোকাপ্লুৰি সমষ্টিত AAP ৰ প্ৰাৰ্থীৰ সুৰেন্দ্ৰ কুমাৰ হৈ নিৰ্বাচনী প্ৰচাৰত কেজৰিৱালে কয়, "বিজেপিয়ে 200 জন সাংসদ, 70 জন মন্ত্ৰী আৰু 11 জন মুখ্যমন্ত্ৰীক দিল্লীলৈ আনিছে, কিয়নো দিল্লীয়ে তেওঁলোকক সমৰ্থন নকৰে গতিকে এতিয়া তেওঁলোকে বাহিৰৰ মানুহ আনিছে ৷"

লগতে পঢ়ক:ছয় কোটি কৃষকক প্ৰদান কৰা হ'ল 12,000 কোটি টকা : মোডী

নিৰ্বাচনী প্ৰচাৰস্থলীত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক পোনপটীয়াকৈ কয়, "তেওঁলোকে আপোনালোকৰ সন্তানক কেজৰিৱালক হৰুৱাবলৈ আহিছে ৷ তেওঁলোক আহিছে আমাক অপমানিক কৰিবলৈ ৷ দিল্লীৰ স্কুলৰ, চুবুৰীৰ ক্লিনিকবোৰৰ অৱস্থা বেয়া বুলি ক'বলৈ আহিছে তেওঁলোক ৷ ইয়াৰ পিছত আপোনালোক নিশ্চুপ হৈ থাকিব ? কেজৰিৱালৰ এই প্ৰশ্নৰ উত্তৰত উপস্থিত থকা সকলো জনসাধাৰণে একেশ্বৰে কয়, "নহ'ব" ৷

লগতে পঢ়ক:অমৰাৱতীৰ মৃত্যুঘণ্টা!

ZCZC
PRI DSB ESPL NAT
.NEWDELHI DES4
KEJRIWAL-BJP-POLLS
BJP bringing in 'outsiders' for campaigning in Delhi polls: Kejriwal
         New Delhi, Jan 28 (PTI) Delhi Chief Minister Arvind Kejriwal on Tuesday accused the BJP of insulting the people of the national capital by bringing in "outsiders" for campaigning in the February 8 assembly polls.
          Kejriwal said the Bharatiya Janata Party has brought 200 MPs, 70 ministers and 11 chief ministers from outside to defeat him.
          "They are bringing 200 MPs, 70 ministers and 11 chief ministers because people of Delhi did not support them so now they are bringing in outsiders. They are coming to defeat the people of Delhi," he said at Gokapluri constituency while campaigning for AAP candidate Surendra Kumar.
          "They are coming to defeat your son Kejriwal. They are coming to insult all of us. They will come and say your schools are in bad condition, your mohalla clinics are in bad shape. Will you keep quiet?" Kejriwal asked to which the audience responded with a resounding "no". PTI UZM ASG
SNE
SNE
01281328
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.