ETV Bharat / bharat

বিহাৰ নিৰ্বাচন : 54 শতাংশ ভোটদানেৰে সামৰণি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Oct 28, 2020, 8:01 PM IST

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ সামৰণি ৷ 71 টা সমষ্টিৰ 1066 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব আজিৰ ভোট দানে ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত মাত্ৰ 54 শতাংশ ভোটাৰেহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷

বিহাৰ নিৰ্বাচন
54 শতাংশ ভোটদানেৰে সামৰণি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : আজি অনুষ্ঠিত হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ 71 টা সমষ্টিৰ 1066 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব আজিৰ ভোট দানে ৷ ইতিমধ্যে ভোটগ্ৰহণৰ সময়ত ল’বলগীয়া সজাগতা সন্দৰ্ভত নিৰ্দেশাৱলী জাৰী কৰিছে নিৰ্বাচন আয়োগে ৷ সৰহ সংখ্যক ভোটাৰে ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰে ৷ 1600 ৰ পৰা 1000 টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে লোকসকলে ৷ অৱশ্যে 80ৰ উৰ্ধৰ ভোটাৰৰ কাৰণে পোষ্টেল বেলত ভোটিঙৰ ব্যৱস্থা কৰা হয় ৷ ভোটিং মেচিন চেনিটাইজেশ্যনৰ লগতে যাৱতীয় সকলো সামগ্ৰী মজুত ৰখাতো বাধ্যতামূলক কৰা হৈছে ৷

  • बिहार विधानसभा चुनावों में आज पहले दौर की वोटिंग है।

    सभी मतदाताओं से मेरा आग्रह है कि वे कोविड संबंधी सावधानियों को बरतते हुए, लोकतंत्र के इस पर्व में अपनी हिस्सेदारी सुनिश्चित करें।

    दो गज की दूरी का रखें ध्यान, मास्क जरूर पहनें।

    याद रखें, पहले मतदान, फिर जलपान!

    — Narendra Modi (@narendramodi) October 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2.14 কোটি ভোটাৰৰ ভিতৰত 1.01 কোটি মহিলা আৰু 599 তৃতীয় লিংগ ৷ প্ৰাৰ্থী সকলৰ ভিতৰত 952 গৰাকী পুৰুষ, 114 ৷ গয়া টাউনৰ পৰা সৰ্বাধিক 27 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কাটৰিয়াৰ পৰা সৰ্বনিম্ন 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ প্ৰতিদ্বন্দিতা কৰা দল সমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ দল হৈছে মুক্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জে ডি ইউ ৷ যি 71 খন আসনৰ ভিতৰত 35 খনত প্ৰতিদ্বন্দিতা কৰিছে ৷ জে ডি ইউৰ মিত্ৰ দল বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিছে 29 খন আসনত ৷ আনহাতে সদ্য কাৰাবন্দী লালু প্ৰসাদ যাদৱৰ দলে 42 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৰ লগতে মিত্ৰদল কংগ্ৰেছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে 20 খন আসনত ৷

  • बिहार विधानसभा चुनावों के लिए आज पहले चरण का मतदान हो रहा है।
    आप का मत ही लोकतंत्र में आपकी सबसे सबसे बड़ी ताक़त है। मेरा सभी मतदाताओं से अनुरोध है कि कोविड सम्बन्धी सावधानियों का ध्यान रखते हुए लोकतंत्र के इस महापर्व में जरूर हिस्सा लें।

    पहले मतदान, फिर जलपान!

    — Jagat Prakash Nadda (@JPNadda) October 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, সদ্য প্ৰয়াত নেতা ৰাম বিলাস পাচোৱানৰ লোক জনশক্তি দলে 41 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ জে ডি ইউ আটাইকেইখন আসনৰ বিপৰীতে প্ৰাৰ্থী ঠিয় কৰাইছে লোক জন শক্তি পাৰ্টীয়ে ৷

  • लोकतंत्र में मतदान सिर्फ अधिकार नहीं, जिम्मेदारी भी है।

    बिहार विधानसभा चुनाव के पहले चरण में आज 71 सीटों पर मतदान है। यदि आप इन क्षेत्रों के मतदाता हैं तो कृपया वोट के लिए समय जरूर निकालिए।

    आपका एक वोट बिहार में विकास की रफ्तार को जारी रखते हुए इसे एक विकसित प्रदेश बना सकता है।

    — Nitish Kumar (@NitishKumar) October 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত মাত্ৰ 54 শতাংশ ভোটাৰেহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ বিহাৰৰ দৰে এখন ৰাজ্যৰ নিৰ্বাচনত কম ভোটদান হোৱাতো প্ৰকৃতাৰ্থত লক্ষণীয় ৷

লগতে পঢ়ক : নিৰ্বাচনত বিজয়ৰ বাবে ৰিপাব্লিকান দলক কিহৰ প্ৰয়োজন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.