ETV Bharat / bharat

পুনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত শ্বেইখ হাচিনা

author img

By

Published : Dec 21, 2019, 6:30 PM IST

Updated : Dec 21, 2019, 6:51 PM IST

আৱামী লীগ প্ৰেচীডিয়ামৰ সদস্য অধিক্তা অব্দুল মতীন খচুৱে শ্বেইখ হচীনাৰ নামটো দলৰ অধ্যক্ষ ৰূপে প্ৰস্তাবিত কৰিছিল৷ উল্লেখ্য যে আৱামী লীগৰ ৰাষ্ট্ৰীয় পৰিষদৰ মুখ্য নিৰ্বাচন আয়ুক্ত ইউচুফ হুচেইনে শ্বেইখ হচীনাৰ এই পদটো নিশ্চিত কৰে ৷

Awami League party president
শ্বেইখ হচীনা

নিউজ ডেস্ক , 21 ডিচেম্বৰঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনা পুনৰ আৱামী লীগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ লগতে পৰিবহণ মন্ত্ৰী অবেদুল কাডৰে পূৰ্বৰ দৰে দলটোৰ মহাসচিব হিচাপেই দ্বায়িত্ব বহন কৰিব ৷ উল্লেখ্য যে, হাচিনা এই পদটোৰ বাবে নৱম বাৰ নিৰ্বাচিত হৈছে আৰু কাডেৰ এই পদটোৰ বাবে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হৈছে ৷

আৱামী লীগ প্ৰেীডিয়ামৰ সদস্য আধিবক্তা অব্দুল মতীন খচুৱে শ্বেইখ হাচিনাৰ নামটো দলৰ অধ্যক্ষ ৰূপে প্ৰস্তাৱ কৰিছিল ৷ ইয়াৰ বিপৰিতে অন্য এক প্ৰেীডিয়ামৰ সদস্য পিযুচ কান্তি ভট্টচাৰ্যই প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী পদৰ বাবে তেওঁক সমৰ্থন কৰিছিল ৷ ইপিনে আৱামী লীগৰ সংযুক্ত মহাসচিব কবীৰ নানকে কাডৰ নাম প্ৰস্তাৱিত কৰাৰ লগতে অন্য এক সংযুক্ত সচিব আব্দুৰ ৰহমানে কাডেৰৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰে ৷ উল্লেখ্য যে, আৱামী লীগৰ ৰাষ্ট্ৰীয় পৰিষদৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ইউচুফ হুচেইনে হচীনা আৰু কাডেৰৰ দুয়ো পদৰ নিশ্চিত কৰে ৷

লগতে পঢ়ক - চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি

Intro:Body:Conclusion:
Last Updated : Dec 21, 2019, 6:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.