ETV Bharat / bharat

30 জুনলৈ বন্ধ থাকিব বদ্ৰীনাথ আৰু কেদাৰনাথৰ দুৱাৰ

author img

By

Published : Jun 8, 2020, 8:16 PM IST

ৰাজ্যৰ মন্দিৰসমূহৰ সমান্তৰালকৈ সোমবাৰে মুকলি কৰা নহ'ল বদ্ৰীনাথ আৰু কেদাৰনাথৰ দুৱাৰ ৷ ৰাজ্যখনৰ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি 30 জুনলৈ মুকলি কৰিব নোৱাৰিব দুয়োখন তীৰ্থভূমিৰ দ্বাৰ ৷

badrinath yatra will not be open till 30th june
30 জুনলৈ বন্ধ থাকিব বদ্ৰীনাথ আৰু কেদাৰনাথৰ দুৱাৰ

নিউজ ডেস্ক, 8 জুনঃ 8 জুনৰ পৰা আনলক 1 কাৰ্যকৰী হোৱাৰ পাছতে দেশৰ লগতে ৰাজ্যৰ সকলো মঠ-মন্দিৰৰ লগতে বাণিজ্যিক ক্ষেত্ৰসমূহ মুকলি কৰা দেখা পোৱা গৈছে ৷ সকলো নীতি-নিয়মৰ মাজেৰে মন্দিৰ-মছজিদ পৰিচালনা সমিতিয়ে ভক্তগণক পূজা-অৰ্চনা কৰাৰ অনুমতি প্ৰদান কৰিছে ৷ কিন্তু এই ক্ষেত্ৰত উত্তৰাখণ্ড প্ৰশাসনে লৈছে কিছু ব্যতিক্ৰমী সিদ্ধান্ত ৷

দেশৰ অন্য ৰাজ্যৰ মন্দিৰসমূহৰ সমান্তৰালকৈ সোমবাৰে মুকলি কৰা নহ'ল বদ্ৰীনাথ আৰু কেদাৰনাথৰ দুৱাৰ ৷ ৰাজ্যখনৰ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি 30 জুনলৈ মুকলি কৰিব নোৱাৰিব দুয়োখন তীৰ্থভূমিৰ দ্বাৰ ৷ 30 জুনৰ পাছত বদ্ৰীনাথ আৰু কেদাৰনাথৰ যাত্ৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৰাজ্য প্ৰশাসনে ৷

লগতে পঢ়কঃ কাৰ্বি আংলঙত Covid 19 ত আক্ৰান্ত হৈ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.