ETV Bharat / bharat

কাজাখাস্তানত বিমান দুৰ্ঘটনা:নিহত 14 জন - কাজাখাস্তানৰ বিমান দুৰ্ঘটনা

শুক্ৰবাৰে কাজাখাস্তানত সংঘটিত হয় এক বিমান দুৰ্ঘটনা৷ 100 জন যাত্ৰীবাহী এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ইতিমধ্যে নিহত হয় 14 জনৰো অধিক লোক৷

কাজাখাস্তানত বিমান দুৰ্ঘটনা:নিহত 14 জন
কাজাখাস্তানত বিমান দুৰ্ঘটনা:নিহত 14 জন
author img

By

Published : Dec 27, 2019, 2:48 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ: কাজাখাস্তানৰ আলমাটি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ কিছু সময়ত পিছতেই নিয়ন্ত্ৰণ হেৰুৱাই এটা 2 মহলীয়া অট্টালিকাত খুন্দিয়াই বিমানখনে ৷

কাজাখাস্তানত বিমান দুৰ্ঘটনা:নিহত 14 জন

আলমাটি বিমান বন্দৰৰ পৰা কাজাখৰ ৰাজধানী নুৰ চুলতান অভিমুখে যাত্ৰা কৰিছিল বিমানখনে ৷ বৰ্তমানেও বিমানখনত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ উপৰিও 14 জন লোকৰ মৃত্যু হোৱাৰ কথা বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ এখন আৱাসিক এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু সকলো লোকক ইতিমধ্যে সেই স্থানৰ পৰা আতৰাই নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

কাজাখাস্তান চৰকাৰে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷ লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ বিচাৰি নোপোৱা পৰ্যন্ত সকলো বিমাণৰ উৰণ বাতিল কৰা হৈছে বুলিও বিমান কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ 95 জন যাত্ৰী আৰু 5 জন বিমান কৰ্মী আছিল বিমানখনত ৷ উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক: ছত্তিশগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.