ETV Bharat / bharat

শিলৰ কুৱেৰীত উদ্ধাৰ আৰক্ষী বিষয়াৰ মৃতদেহ

ৰাঁছীৰ টুপুদানা অঞ্চলৰ এটি শিলৰ কুৱেৰীত শুকুৰবাৰে উদ্ধাৰ এটি আৰক্ষী বিষয়া মৃতদেহ । মৃত আৰক্ষী বিষয়া গৰাকীক কামেশ্বৰ ৰবিদাস ৰূপে চিনাক্ত কৰে আৰক্ষীয়ে ।

ৰাঞ্চী
ৰাঞ্চী
author img

By

Published : Jul 31, 2020, 2:12 PM IST

নিউজ ডেস্ক, ৩১ জুলাইঃ ঝাৰখণ্ডৰ ৰাঁছীত শুকুৰবাৰে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় এজন আৰক্ষী বিষয়াক । মৃত আৰক্ষী বিষয়া গৰাকীক এএছআই কামেশ্বৰ ৰবিদাস ৰূপে চিনাক্ত । টুপুদানাৰ এটা শিল কুৱেৰীৰ পৰা মৃতদেহ উদ্ধাৰ কৰে কামেশ্বৰ ৰবিদাসৰ ।

মৃত আৰক্ষী বিষয়া গৰাকীৰ পোষ্টিং ৰাঁছীৰ RIMS হাস্পতালত আছিল যদিও টুপুদানাৰ ওপিত মোতায়ন কৰা হৈছিল আৰক্ষী বিষয়া গৰাকীক ।

খবৰ অনুসৰি, ৰবিদাসক প্ৰথমে শিলেৰে আক্ৰমণ কৰি হত্যা কৰাৰ পাচতে তেখেতৰ মৃতদেহ ২০০ ফুট তলত পেলাই দিয়ে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে । আনহাতে ঘটনা সন্দৰ্ভ ইতিমধ্য়ে তদন্ত আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক : গোচৰীয়াক দুৰ্ব্যবহাৰ কৰি ক্ষমা খুজিলে এগৰাকী আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.