ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ বাবে উত্তপ্ত উত্তৰ প্ৰদেশ - চাম্ভাল জিলাত জ্বলাই দিয়ে এখন ৰাজহুৱা বাছ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত ৷ প্ৰতিবাদকাৰীসকলে উত্তৰ প্ৰদেশৰ চাম্ভাল জিলাত জ্বলাই দিয়ে এখন ৰাজহুৱা বাছ ৷

Anti-CAA protests hit UP: Police use tear-gas shells in Lucknow
নাগৰিকত্ব সংশোধনী আইনৰ বাবে উত্তপ্ত উত্তৰ প্ৰদেশ
author img

By

Published : Dec 19, 2019, 9:03 PM IST

নিউজ ডেস্ক,19 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্বলিছে সৰ্বত্ৰ ৷ দেশৰ ভিন্ন প্ৰান্তত এই আইনৰ বিৰোধিতাত ৰাজপথলৈ ওলাই আহিছে প্ৰতিজন নাগৰিক,দল-সংগঠন আৰু ছাত্ৰ-ছাত্ৰী ৷

লোকসভা আৰু ৰাজ্যসভাত এই আইনখন গৃহীত হোৱাৰ পাছৰে পৰা দেশত সৃষ্টি হৈছে ভয়ানক পৰিস্থিতিৰ ৷ প্ৰতিবাদকাৰীসকলে এই আইনখনৰ বাতিলৰ দাবী জনাই উত্তাল কৰি তুলিছে পৰিস্থিতি ৷ ঠায়ে-ঠায়ে প্ৰতিবাদকাৰীসকলে ক্ষতিগ্ৰস্ত কৰিছে বহু চৰকাৰী আচৱাব,জ্বলাই দিছে বহু বাহন ৷ এই ভয়ানক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে মোতায়ন কৰিছে অতিৰিক্ত সেনাবাহিনী ৷

বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত উত্তাল হৈ পৰে উত্তৰ প্ৰদেশ ৷ আইনখনৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে জ্বলাই দিয়ে এখন ৰাজহুৱা বাছ ৷ প্ৰতিবাদকাৰীসকলে ক্ষতিগ্ৰস্ত কৰে বহু সামগ্ৰী ৷ যাৰ বাবে উত্তৰ প্ৰদেশত কৰ্তন কৰা হয় ইন্টাৰনেট সেৱা ৷

জিলাধিকাৰী অবিনাশ কে সিঙে কয় যে, আইনখনৰ বিৰোধিতা কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলে আৰক্ষী চকীতো শিলগুটি নিক্ষেপ কৰিছিল ৷ ইফালে, উত্তৰ প্ৰদেশত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি তাৰ বাবে ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে বুলি মন্তব্য কৰে জিলাধিপতিগৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে : পৱন কুমাৰ গুপ্তাৰ ক্ষমা আবেদন খাৰিজ দিল্লী আদালতৰ

আৰক্ষী অধীক্ষক যমুনা প্ৰসাদে দিয়া ভাষ্য অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া চাম্ভাল জিলাৰ চৌধুৰি সৰায় এলেকাত কিছু প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে এখন ৰাজহুৱা বাছ ৷ বহু চৰকাৰী সামগ্ৰীও ভাঙি লণ্ড-ভণ্ড কৰে প্ৰতিবাদকাৰীসকলে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ৷

ইফালে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰতিবাদকাৰীসকলে বাছ জ্বলাই দিয়া ঘটনা দেশত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে বুলি মন্তব্য কৰে জিলাধিপতিগৰাকীয়ে ৷

উত্তৰ প্ৰদেশৰ আৰক্ষীৰ লগতে অবিনাশ কে সিঙৰ মন্তব্য অনুসৰি উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে 144 ধাৰা ৷ ইয়াৰ লগতে 19 ডিচেম্বৰলৈ জিলাখনত কোনো সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলিও উল্লেখ কৰে জিলাধিপতিগৰাকীয়ে ৷

ZCZC
PRI GEN NAT
.SAMBHAL DEL69
UP-LD CITIZENSHIP-BUS
Anti-CAA stir: Internet services suspended in UP's Sambhal following violent protest
(Eds: Adding details)
         Sambhal, Dec 19 (PTI) Internet services were suspended in Uttar Pradesh's Sambhal on Thursday after a public bus was set ablaze and another damaged as protest against the Citizenship (Amendment) Act turned violent, District Magistrate Avinash K Singh said.
          Some of the protesters also pelted stones at a police station, he said.
          "The internet services have been suspended as a precautionary measure to prevent rumour-mongering," the DM added.
          One state roadways bus was set on fire in Chaudhary Sarai area of the district on Thursday afternoon while another was damaged, Superintendent of Police Yamuna Prasad said.
          Fire tenders were rushed to the spot.
          This is the first incident on attack on state-run buses in the state in the wake of violent protests against the CAA.
          Section 144 of the CrPC prohibiting unlawful assembly is in force in the state and no permission for any gathering has been given for December 19, Uttar Pradesh Police Chief O P Singh had said. PTI CORR SAB SMI
SNE
SNE
12191514
NNNN

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.