ETV Bharat / bharat

বিশাখাপট্টনমত বৈদ্যুতিক শ্বৰ্ট হৈ দুজনৰ মৃত্যু

author img

By

Published : Jul 20, 2020, 1:44 PM IST

দেওবাৰে বিশাখাপট্টনমত বৈদ্যুতিক শ্বৰ্ট হৈ নিহত হয় দুজন ব্যক্তি । বৈদ্যুতিক খুটাত বিদ্যুৎ সংযোগ কৰি থকা সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা ।

বিশাখাপট্টনম
বিশাখাপট্টনম

নিউজ ডেস্ক, ২০ জুলাইঃ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত শোকাৱহ ঘটনা । দেওবাৰে বিশাখাপট্টনমৰ আদিভিৰাম অঞ্চলত কেবলৰ কাম কৰি থকা সময়তে বৈদ্যুতিক শ্বৰ্ট হৈ নিহত হয় দুজন ব্যক্তিৰ ।

ঘটনা সন্দৰ্ভত গোপালপট্টনমৰ আৰক্ষী বিষয়া অপ্পাৰাবৰ কয় যে , নতুন ফাইবাৰ কেবল যোৰা লগাই বৈদ্যুতিক খুটাত সংযোগ কৰি থকাৰ সময়তে বৈদ্যুতিক শ্বৰ্ট হৈ মৃত্যু ব্যক্তি দুজনৰ । আনহাতে, বৈদ্যুতিক শ্বৰ্ট হৈ নিহত হোৱা ব্যক্তি দুজন হৈছে ৬০ বছৰীয়া এন ডেমডু আৰু ৩৬ বছৰীয়া নৰসিংগৰাজু । আদিভিৰাম অঞ্চলত কাম কৰি থকা সময়ত বৈদ্যুতিক শ্বৰ্ট হৈ গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হোৱাৰ পাচতে ব্যক্তি দুজনক স্থানীয় ব্যক্তিয়ে উদ্ধাৰ কৰি ওচৰৰ হাস্পতালত ভৰ্তি কৰায় । কিন্তু হাস্পতালত ভৰ্তি কৰোৱা কিছু সময় পাচতে মৃত ঘোষণা কৰে ব্যক্তি দুজনক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.