ETV Bharat / bharat

গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব ল'লে অমিত শ্বাহে - Union Home Ministry

জম্মু - কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা, নাগৰিত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰা, অসমত এনআৰচিৰ কাম সুচাৰুৰূপে চলাই নিয়া আৰু মাওবাদী সমস্যা সমাধান সম্পৰ্কত বিশেষ বৈঠকত উপস্থিত বিষয়ববীয়াৰে মিলিত হয় অমিত শ্বাহ ।

গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব ল'লে অমিত শ্বাহে
author img

By

Published : Jun 1, 2019, 3:42 PM IST

নিউজ ডেস্ক, ১ জুন :গৃহমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে । দিনৰ ১২:১০ বজাত শ্বাহে কাৰ্যালয়ত উপস্থিত হয় । কাৰ্যভাৰ গ্ৰহণৰ সময়ত উপস্থিত থাকে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, গৃহ সচিব ৰাজীৱ গৌবা, গৃহ ৰাজ্যমন্ত্ৰী ক্ৰমে জি কিষান ৰেড্ডী আৰু নিত্যানন্দ ৰায় । আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় । এক সূত্ৰই জনোৱা অনুসৰি এই বৈঠকতে দেশৰ কিছু সংকটজনক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

জম্মু - কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা, নাগৰিত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰা, অসমত এনআৰচিৰ কাম সুচাৰুৰূপে চলাই নিয়া আৰু মাওবাদী সমস্যা সমাধান সম্পৰ্কত বিশেষ বৈঠকত উপস্থিত বিষয়ববীয়াৰে মিলিত হয় অমিত শ্বাহ ।

উল্লেখ্য যে পূৰ্বৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা ৰাজনাথ সিঙে এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দায়িত্ব বহন কৰিব ।

Intro:New Delhi: BJP President Amit Shah on Saturday took charge of the Union Home Ministry, replacing Rajnath Singh, who has now moved to Ministry of Defence.

Clad in white Kurta and sky blue waistcoat, Shah arrived at 12:10 pm, amid a buzz among the home ministry officials and security guards present at the spot.

National Security Advisor Ajit Doval, Home secretary Rajiv Gauba, MoS for Ministry of Home Affairs G. Kishan Reddy and Nityanand Rai welcomed the new Home Minister at the North Block.

Body:Home Minister Amit Shah will also have an introductory meeting with senior officers of the ministry today. He is likely to be briefed by the officials on issues handled by the ministry.

National Security Advisor Ajit Doval, Home Secretary Rajiv Gauba along with Minister of State for Home G. Kishan Reddy and Nityanand Rai welcomed the new Home Minister at the North Block.

Conclusion:This is the first ministerial responsibility that 54-year-old Shah has taken on at the Centre. With the charge, Shah is virtually the No. 2 in the NDA government.

Abolition of Article 35A of the Constitution, challenges of implementing the NRC, terrorism, Kashmir militancy, left-wing extremism are some of the biggest challenges in infront of the new Home Minister Amit Shah.

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.