ETV Bharat / bharat

ভোটাৰৰ হৈ প্ৰিজাইডিং বিষয়াই ভোট দিয়াৰ অভিযোগ

author img

By

Published : Apr 23, 2019, 9:19 PM IST

ভোটাৰে ভোট দিয়াৰ সময়তে বিকল হয় ই ভি এমত থকা পদুম ফুলৰ বুটাম ৷ ইয়াৰ পাচতে ভোটাৰে অভিযোগ দিয়ে প্ৰিজাইডিং বিষয়াগৰাকীক ৷ প্ৰিজাইডিং বিষয়া সত্যজিৎ ভট্টাচাৰ্য্যই ভোটাৰ গৰাকীৰ হৈ চি পি আই এমত ভোট দিয়াৰ অভিযোগ  ৷

ভোটাৰৰ হৈ প্ৰিজাইডিং বিষয়াই ভোট দিয়াৰ অভিযোগ

ত্ৰিপুৰা , 23 এপ্ৰিল : ত্ৰিপুৰাত প্ৰিজাইডিং বিষয়াই দিলে ভোটাৰৰ ভোট৷যুৱৰাজ নগৰ বিধানসভাৰ 5 নম্বৰ বুথ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ভোটাৰৰ হৈ প্ৰিজাইডিং বিষয়াই ভোট দিয়াৰ অভিযোগ

ঘটনা অনুসৰি ভোটাৰে ভোট দিয়াৰ সময়তে বিকল হয় ই ভি এমত থকা পদুম ফুলৰ বুটাম ৷ ইয়াৰ পাচতে ভোটাৰে অভিযোগ দিয়ে প্ৰিজাইডিং বিষয়াগৰাকীক ৷ প্ৰিজাইডিং বিষয়া সত্যজিৎ ভট্টাচাৰ্য্যই ভোটাৰ গৰাকীৰ হৈ চি পি আই এমত ভোট দিয়াৰ অভিযোগ উত্থাপন কৰে বিজেপি কৰ্মীয়ে ৷ বিজেপিৰ প্ৰদেশ সাধাৰণ সম্পাদক যাদৱ লাল নাথে অভিযোগ কৰি নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি প্ৰকাশ কৰে ৷

Intro:ভোট কৰ্মীয়ে দিলে চিপিআইএম প্ৰাৰ্থীৰ ভোটBody:এইবাৰ প্রিৰিচাইডিং অফিচাৰে দিলে ভোটাৰৰ ভোট ।এই কাণ্ডলৈ উত্তপ্ত যুৱৰাজ নগৰ বিধানসভাৰ ৫ নম্বৰ বুথ কেন্দ্ৰত।বিজেপিৰ অভিযোগ ভোট গ্ৰহণৰ অন্তিম পৰ্যায়ত হঠাৎ ইভিএমত থকা পদুম ফুলৰ বটাম হেং হৈ পৰে আৰু প্রিচাইডিং অফিচাৰ সত্যজিৎ ভট্টাচাৰ্যক এই কথা ভোটাৰে জনালে চিপিআইএম প্ৰাৰ্থীক ভোট দিয়ে প্রিচাইডিং অফিচাৰ জনে এই অভিযোগ বিজেপিৰ ।বিজেপিৰ প্ৰদেশ সাধাৰণ সম্পাদক যাদৱ লাল নাথে অভিযোগ কৰি কয় তেওঁলোক নিৰ্বাচন কমিছনৰ কাষ চাপিব।আৰু এই ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত।Conclusion:পিছে কি ব্যৱস্থা গ্ৰহণ কৰে নিৰ্বাচন কমিছনে এয়া হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.